• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা ঘোষণা!

অভিনেত্রী মৃদুলা বৰুৱালৈ আগবঢ়োৱা হৈছে ‘পাৰ্ৱতিপ্রসাদ বৰুৱা বঁটা’

নিউজ ডেস্ক by নিউজ ডেস্ক
June 18, 2022
in সংবাদ, অসম, সংস্কৃতি, সাহিত্য
1 min read
0
সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা ঘোষণা!
Share on FacebookShare on Twitter

কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস উদযাপনক লৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আজি এখন সংবাদ মেল সম্বোধন কৰে। মন্ত্ৰী বৰাই উল্লেখ কৰে যে, ৰবীন্দ্ৰ ভৱনত চৰকাৰীভাৱে কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস উদযাপন কৰাৰ কথা আছিল যদিও এইবাৰ ডিব্ৰুগড়ৰ চৌকিদিঙী খেলপথাৰত অনুষ্ঠিত হ’ব বিষ্ণু ৰাভা দিৱস। উল্লেখ্য যে, এইবাৰ বিষ্ণু ৰাভা দিৱসত সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা প্ৰদান কৰা হ’ব।

সেই অনুসৰি

  • নৃত্য-পটীয়সী শাৰদী শইকীয়া আৰু চিত্ৰশিল্পী চন্দ্ৰকমল গগৈলৈ ‘বিষ্ণু ৰাভা বঁটা‘ প্ৰদান কৰা হ’ব।
  • নাগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক ড০ অনুংলা আয়াৰলৈ ‘কালীচৰণ ব্ৰহ্ম ৰাষ্ট্ৰীয় বঁটা’,
  • গৱেষক-পণ্ডিত ড০ নৰেন কলিতালৈ ‘কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা’,
  • লোকতত্ত্ববিদ ড০ অমলেন্দু ভট্টাচাৰ্যলৈ ‘আজান পীৰ ৰাষ্ট্ৰীয় বঁটা’,
  • বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱালৈ ‘পাৰ্ৱতিপ্ৰসাদ বৰুৱা বঁটা’,
  • লেখিকা ইলা বৰগোহাঁইলৈ ‘অমলপ্ৰভা দাস বঁটা’,
  • লীলাৱতী কুশ্ৰেলৈ ‘চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা’,
  • ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীলৈ ‘মামণি ৰয়ছম গোস্বামী বঁটা’,
  • সাহিত্যিক ছবিলাল উপাধ্যায়লৈ ‘চৈয়দ আব্দুল মালিক বঁটা’,
  • অনাতাঁৰ শিল্পী-ঘোষক চৈয়দ ছাদুল্লালৈ ‘আহমদ আলী বাঁশকান্দি বঁটা’,
  • কবি বংশী বৰালৈ ‘গণেশ গগৈ বঁটা’,
  • সমাজ সেৱক হেমন্ত গোহাঁইলৈ ‘স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা’,
  • নৃত্যশিল্পী ননী বৰুৱালৈ ‘শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা’ প্ৰদান কৰা হ’ব।

সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটাসমূহ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Previous Post

ঔদ্যোগিক মন্ত্ৰী বিমল বৰাই বিভাগৰ ৮৫ জনক এদিনতে দিলে পদোন্নতি!

Next Post

গুৱাহাটীৰ পৰা শিলচৰলৈ বিমানৰ টিকট বিচাৰি যাত্ৰীৰ হাহাকাৰ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটীৰ পৰা শিলচৰলৈ বিমানৰ টিকট বিচাৰি যাত্ৰীৰ হাহাকাৰ!

গুৱাহাটীৰ পৰা শিলচৰলৈ বিমানৰ টিকট বিচাৰি যাত্ৰীৰ হাহাকাৰ!

অসম বানপীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ টপচেম চিমেণ্টৰ ৩১ লাখ টকা দান

অসম বানপীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ টপচেম চিমেণ্টৰ ৩১ লাখ টকা দান

কৃত্ৰিম বানপানীৰ কবলত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ!

কৃত্ৰিম বানপানীৰ কবলত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8