• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বছৰত মাত্ৰ ১৫টা ৰন্ধন গেছৰ চিলিণ্ডাৰহে ল’ব পাৰিব গ্ৰাহকে!

নিউজ ডেস্ক by নিউজ ডেস্ক
September 29, 2022
in সংবাদ, ব্যৱসায়, ৰাষ্ট্ৰীয়
1 min read
0
বছৰত মাত্ৰ ১৫টা ৰন্ধন গেছৰ চিলিণ্ডাৰহে ল’ব পাৰিব গ্ৰাহকে!
Share on FacebookShare on Twitter

চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি, এতিয়া বছৰত কেৱল ১৫টা ৰন্ধন গেছৰ চিলিণ্ডাৰহে কিনিব পাৰিব গ্ৰাহকে। এবছৰত এজন গ্ৰাহকক ১৫টাৰ অধিক চিলিণ্ডাৰ দিয়া নহ’ব। ইয়াৰ উপৰি গ্ৰাহকে কেৱল মাহত দুটা চিলিণ্ডাৰ ল’ব পাৰিব। দুটাতকৈ অধিক চিলিণ্ডাৰ নাপাব। বৰ্তমানলৈ চিলিণ্ডাৰ লাভ কৰাৰ মাহিলি অথবা বছৰেকীয়া কোনো কোটা নিৰ্ধাৰণ কৰা হোৱা নাছিল।

নতুন নিয়ম মতে এতিয়া বছৰত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা ১২টা হ’ব। ইয়াত অধিক চিলিণ্ডাৰ কিনিলে নাপাব ৰাজসাহায্য। বাকী চিলিণ্ডাৰ গ্ৰাহকে ৰাজসাহায্য বিহনী ভাৱে কিনিব লাগিব।

তথ্ অনুসৰি, যদি কোনো গ্ৰাহকে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ এবছৰত ১৫টাৰ অধিক লয়, তেন্তে তেওঁ ইয়াৰ বাবে তেল কোম্পানীৰ বিষয়াৰ অনুমতি ল’ব লাগিব। এই কোটা নিৰ্ধাৰণ হ’লে ঘৰুৱা গেছ চিলিণ্ডাৰ ক’লা বজাৰ বন্ধ হ’ব। এতিয়ালৈ বহু গ্ৰাহকে প্ৰয়োজনতকৈ অধিক চিলিণ্ডাৰ লৈ অধিক দামত আনক বিক্ৰী কৰিছিল।

Previous Post

ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাত নিখোঁজ ধুবুৰীৰ চক্ৰ বিষয়াৰ লগতে কেইবাজনো!

Next Post

CBI ৰ অভিযানত GST আয়ুক্ত শক্তিভেল ৰাজুক গ্ৰেপ্তাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
CBI ৰ অভিযানত GST আয়ুক্ত শক্তিভেল ৰাজুক গ্ৰেপ্তাৰ

CBI ৰ অভিযানত GST আয়ুক্ত শক্তিভেল ৰাজুক গ্ৰেপ্তাৰ

চিগ্ৰামৰ ইম্পেৰিয়েল ব্লু আৰু নৰ্থইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ অংশীদাৰীত্বৰ গৌৰৱপূৰ্ণ দ্বিতীয় বৰ্ষ

চিগ্ৰামৰ ইম্পেৰিয়েল ব্লু আৰু নৰ্থইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ অংশীদাৰীত্বৰ গৌৰৱপূৰ্ণ দ্বিতীয় বৰ্ষ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8