• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটী পৌৰ নিগমৰ ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখত মৃত হাড়গিলা উদ্ধাৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 24, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
গুৱাহাটী পৌৰ নিগমৰ ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখত মৃত হাড়গিলা উদ্ধাৰ!
Share on FacebookShare on Twitter

পশ্চিম বৰাগাঁওৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে বিগত ২০২১ বৰ্ষৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা নীতি নিয়ম উলংঘা কৰি বিজ্ঞান সন্মত পদ্ধতি ব্যৱহাৰ নকৰাকৈ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি গুৱাহাটীৰ পৌৰ এলেকাৰ আৱৰ্জনা পেলাই অহাৰ ফলত দীপৰ বিলৰ পানীভাগ প্ৰদূষিত হোৱাৰ লগতে অঞ্চলটোৰ পৰিবেশ বসবাসৰ অনুপযোগী হৈ পৰিছে। আনকি বিলৰ দূষিত পানী সেৱন কৰি ইতিমধ্যে বহু মাছ – কাছৰ মৃত্যু হোৱাৰ সমান্তৰাল ভাৱে প্ৰকৃতিৰ জামাদাৰ ৰূপে পৰিচিত বিলুপ্ত প্ৰায় প্রজাতিৰ হাড়গিলা , শগুণকে ধৰি তেনে ধৰণৰ চৰাই আদিৰো কৰুণভাবে মৃত্যুমুখত পৰিছে। ইয়াৰ মাজতে আজি পুনৰ দুটাকৈ হাড়গিলাক মৃত অৱস্থাত প্ৰত্যক্ষ কৰাৰ পাছত প্ৰকৃতিপ্ৰেমী লোক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰাপ্ত খবৰ মতে, দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণে ডাম্পিং গ্ৰাউণ্ডৰ পৰা দূষিত পানী ওচৰতে থকা নিৰ্মাণৰত অৱস্থাত থকা শ্বহীদ উদ্যানৰ মাজৰে বৈ থকা প্ৰত্যক্ষ কৰাৰ লগতে দুটা হাড়গিলা মৃত অৱস্থাত দেখা পাই দীপৰ বিল বন্যপ্ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত খবৰ দিয়ে। বনকর্মীৰ এটা দলে মৃত হাড়গিলাটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আনটো হাড়গিলা পানীত ভাঁহি থকা মেটেকাৰ দমৰ ওপৰত উটি গৈ থকা বাবে বনকর্মীৰ দলটোৱে উদ্ধাৰ কৰিব নোৱাৰিলে। জানিব পৰা মতে ডাম্পিং গ্ৰাউণ্ড কেন্দ্ৰীক দূষিত পৰিস্থিতিৰ বাবে অঞ্চলটোত হাড়গিলা, কাউৰী, বগলী আদিৰ মৃত্যু হোৱা ঘটনা এতিয়া সাধাৰণ ঘটনাত পৰিণত হোৱা বুলি প্ৰকৃতিপ্ৰেমী লোক সকলে অভিযোগ কৰিছে।

Previous Post

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ সংবাদ কৰ্মীলৈ বিশেষ নিৰ্দেশনা

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

এছকাৰ্ড বেংকৰ নথি-পত্ৰ জব্দৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ!

এছকাৰ্ড বেংকৰ নথি-পত্ৰ জব্দৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ!

এতিয়াৰে পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ নকৰে লেপটপ!

এতিয়াৰে পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ নকৰে লেপটপ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8