• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাণীৰ বাকাৰাপাৰাত মৃত বনৰীয়া হাতী উদ্ধাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 11, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
ৰাণীৰ বাকাৰাপাৰাত মৃত বনৰীয়া হাতী উদ্ধাৰ
Share on FacebookShare on Twitter

ৰাজ্যত পুনৰ মৃত্য হ’ল বন্যহস্তীৰ। এইবাৰ গুৱাহাটী মহানগৰীৰৰ সমীপৰ ৰাণী সংৰক্ষিত বনাঞ্চলৰ অধীনৰ বাকাৰাপাৰাত পথাৰত আজি পুৱা এটা বনৰীয়া হাতীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। প্ৰাপ্ত খবৰ মতে ৰাণী চাহ বাগিচাৰ সমীপৰ বাকাৰাপাৰাত পুৱা অঞ্চলটোৰ কোনো লোকে এটা হাতীক মৃত অৱস্থাত প্ৰত্যক্ষ কৰি ৮ মান বজাত কিছু নিলগত থকা ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত খবৰ দিয়াত ৰাণী আঞ্চলিক বন বিষয়া জয়ন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত এটা বনকর্মীৰ দল ঘটনাস্থলীত উপস্থিত হয়। তাৰ পাছত পূৱ কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়া, ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ জ্যেষ্ঠ পশু চিকিৎসক ডাঃ নাৰায়ণ দেউৰী ঘটনাস্থলীত উপস্থিত হয়।

ডাঃ দেউৰীয়ে সদৰি কৰা অনুসৰি প্ৰায় ৩০ বছৰ বয়সৰ মতা হাতীটো পেটৰ অসুখত আক্ৰান্ত হৈ যোৱানিশা মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত হাতীটো এখন জে চি বিৰে দাঙি নি উদ্ধাৰ হোৱা স্থানৰ পৰা প্ৰায় ২০০ মিটাৰ মান নিলগত গাত খান্দি বিভাগীয় নিমানুসাৰে সমাধিস্থ কৰা হয়। আনহাতে মৃত্যু হোৱা কাৰণ সুনিশ্চিত কৰাৰ বাবে হাতীৰ মৃতদেহৰ কিছু অৱশিষ্ট অংশ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হব বুলি ডাঃ নাৰায়ণ দেউৰীয়ে জানিবলৈ দিছে।

উল্লেখযোগ্য যে, অসম- মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত প্ৰায়েই জনাঞ্চললৈ ওলাই আহে হাতীৰ জাক  ইফালে হাতীটো উদ্ধাৰ হোৱাৰ পাছত স্থানীয় লোকে মৃত হাতীটোৰ ওচৰত ধুপ ধূনা ফুল আদিৰে শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখ্য যে উক্ত বাকাৰাপাৰা অঞ্চলত ইয়াৰ পুৰ্বেও দুটাকৈ বন্যহস্তীয়ে কৰুণ মৃত্যুক আকোৱালি ল’ব লগা হোৱা ঘটনাই প্ৰকৃতিপ্ৰেমীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Previous Post

পুনৰ কংগ্ৰেছী নেতাৰ বিজেপিত যোগদান

Next Post

বৰঝাৰ বিমানকোঠত যাত্ৰীয়ে ঘূৰাই পালে হেৰুৱা টকাসহ মূল্যবান নথিপত্ৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বৰঝাৰ বিমানকোঠত যাত্ৰীয়ে ঘূৰাই পালে হেৰুৱা টকাসহ মূল্যবান নথিপত্ৰ

বৰঝাৰ বিমানকোঠত যাত্ৰীয়ে ঘূৰাই পালে হেৰুৱা টকাসহ মূল্যবান নথিপত্ৰ

লক্ষ্মী পূজাৰ সোণালী জয়ন্তীত “চক্ৰবেহু” নাট মঞ্চস্থ

লক্ষ্মী পূজাৰ সোণালী জয়ন্তীত "চক্ৰবেহু" নাট মঞ্চস্থ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8