আজি কৰিমগঞ্জ জিলাৰ কায়স্থগ্ৰামত উদ্ধাৰ হৈছে মৃতদেহ।
লোকজন বিহাৰৰ মহম্মদ চাবিক আহমেদ বুলি চিনাক্ত কৰিব পৰা গৈছে।
ৰেলৱেত কৰ্মৰত চিগনেল কৰ্মী আছিল মহম্মদ চাবিক আহমেদ।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীয়ে বন্ধুৰ লগত হোৱা কাজিয়াৰ ফলতে হত্যাকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে।
Photo Credit: Google