• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শুৱালকুছিৰ ৰাজপথত উদ্ধাৰ মৃতদেহঃ হত্যাৰ সন্দেহ

নিউজ ডেস্ক by নিউজ ডেস্ক
September 30, 2021
in অসম, গুৱাহাটী, সংবাদ
0
শুৱালকুছিৰ ৰাজপথত উদ্ধাৰ মৃতদেহঃ হত্যাৰ সন্দেহ
Share on FacebookShare on Twitter

শুৱালকুছিৰ ৰাজপথত এটি মৃতদেহ উদ্ধাৰ। মৃতদেহটো উদ্ধাৰ হোৱা পিছতেই স্থানীয় লোকে ৰিক্সাচালক দুৰ্গা শইকীয়া বুলি চিনাক্ত কৰে।

শুৱালকুছিত দীৰ্ঘদিন ধৰি পৰিয়ালসহ ভাড়াতীয়া হিচাপে বাস কৰি অহা লোকজনে কালি পৰিয়ালৰ লোকে নিশাৰ আহাৰ গ্ৰহণৰ পিছতে ঘৰৰ পৰাই ওলাই আহে যদিও নিশা ঘৰলৈ ঘূৰি যোৱা নাছিল।

আজি দিনৰ ভাগত দুৰ্গা শইকীয়াৰ মৃতদেহটো এখন ৰিক্সাত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। পৰিয়াল লোকে নিশা কোনো দুৰ্বৃত্তই হত্যা কৰি ৰিক্সাৰ ওপৰতে এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Tags: Deadbodysuwalkuchi
Previous Post

মেঘালয়ত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাঃ নদীত বাগৰিল যাত্ৰীবাহী বাছ

Next Post

মানিমুনি খালে নহয় এইকেইটা ৰোগ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মানিমুনি খালে নহয় এইকেইটা ৰোগ!

মানিমুনি খালে নহয় এইকেইটা ৰোগ!

মহানগৰীত বিস্ফোৰক সামগ্ৰীৰ বেহাঃ ১৫ কোটি টকাৰ জিলেটিন ষ্টিক জব্দ

মহানগৰীত বিস্ফোৰক সামগ্ৰীৰ বেহাঃ ১৫ কোটি টকাৰ জিলেটিন ষ্টিক জব্দ

আজিৰ পৰা খুলিল বিদ্যালয়সমূহঃ নৱম, একাদশ আৰু স্নাতক মহলাৰ পাঠ্যক্ৰম আৰম্ভ

আজিৰ পৰা খুলিল বিদ্যালয়সমূহঃ নৱম, একাদশ আৰু স্নাতক মহলাৰ পাঠ্যক্ৰম আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8