• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাভা পাৰ্কত ৩১ জানুৱাৰীত ৰাভাৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত

নিউজ ডেস্ক by নিউজ ডেস্ক
January 4, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
ৰাভা পাৰ্কত ৩১ জানুৱাৰীত ৰাভাৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত
Share on FacebookShare on Twitter

পাণ্ডু বিহু সন্মিলনী, মালিগাৱঁৰ এখন সাধাৰণ সভা অলপতে মালিগাওঁ নামঘৰ প্ৰাঙ্গণত সভাপতি ডাঃ বিৰিঞ্চি কুমাৰ দেৱমিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাৰ উদ্যেশ্য বাখ্যা কৰি বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক দিগন্ত কুমাৰ বৰুৱা জনায় যে, বিহু উৎসৱৰ পৰা ৰাহি হোৱা ধনেৰে মালিগাওঁ ৰাভা পাৰ্কত বিষ্ণু ৰাভাৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব। সভাত বিহু কমিটিৰ কোষাধ্যক্ষ বাবু প্ৰসাদ শৰ্মাই যোৱা বছৰৰ হিচাপ ডাঙি ধৰি কয় যে এইবাৰ বিহু কমিটিয়ে ৫,২৪,১৯৭.১৪ টকা ৰাহি কৰিব পৰাটো উল্লেখযোগ্য। কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে মালিগাওঁ ৰাভা পাৰ্কত কলাগুৰু গৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ বিষয়ে কয় যে, অহা ৩১ জানুৱাৰী তাৰিখে কলাগুৰু গৰাকীৰ জন্মবাৰ্ষিকী উপলক্ষে পাণ্ডু বিহু সন্মিলনী, মালিগাঁও য়ে ৰাভা পাৰ্কত তেওঁৰ এটি প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত লৈছে । ৰাভা পাৰ্কত কলাগুৰু গৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্তই মালিগাওঁ বাসীক আনন্দিত কৰি তুলিছে। উল্লেখযোগ্য যে গুৱাহাটীৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান মালিগাৱঁৰ নৱজ্যোতি কলা পৰিষদৰ উদ্যেগত ১৯৭২ চনত মালিগাওঁ চাটেলগেট বজাৰত অৱস্থিত পাৰ্কখন “কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ” নামেৰে নামাকৰণ কৰা হৈছিল। তেতিয়াৰে পৰা সাংস্কৃতিক নগৰী মালিগাওঁত বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠান এই ৰাভা পাৰ্কত অনুষ্ঠিত হৈ আহিছে। অথচ আজিলৈকে ৰাভা পাৰ্কত আমি কলাগুৰু গৰাকীৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰিব পৰা নাই -চক্ৰৱৰ্তীয়ে আক্ষেপেৰে কয়। প্ৰতিমূৰ্তি স্থাপনত আগভাগ লোৱা বিহু কমিটিৰ আন এগৰাকী কৰ্মকৰ্তা তথা এন এফ ৰে’লৱে এমপ্লইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই তেওঁৰ বক্তব্যত ৰাভাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি কয় যে ৰাভাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আমি ইতিমধ্যে বহু পৰিকল্পনা হাতত লোৱা হৈছে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

মুখ্যমন্ত্ৰীৰ বিশেষ বন্ধৰ ঘোষণাঃ বৃদ্ধ পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মুখ্যমন্ত্ৰীৰ বিশেষ বন্ধৰ ঘোষণাঃ বৃদ্ধ পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ

মুখ্যমন্ত্ৰীৰ বিশেষ বন্ধৰ ঘোষণাঃ বৃদ্ধ পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ

অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰে অসমৰ মন্ত্ৰী পিযুষৰ বৈঠক

অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰে অসমৰ মন্ত্ৰী পিযুষৰ বৈঠক

আই আই টি গুৱাহাটীত ক’ভিডৰ গণসংক্ৰমণ

আই আই টি গুৱাহাটীত ক'ভিডৰ গণসংক্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8