• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দীপ সিদ্ধুৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল ইকবাল সিং

Manoranjan Majumder by Manoranjan Majumder
February 10, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
0
iqbal singh
Share on FacebookShare on Twitter

দেশৰ গণতন্ত্ৰ দিৱসত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হোৱা লালকিল্লাত হোৱা হিংসাত্মক ঘটনাৰ সৈতে জৰিত মুল অভিযুক্ত দীপ সিদ্ধু গ্ৰেপ্তাৰ হোৱা পিছত আন এজন অভিযুক্ত ইকবাল সিঙক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

দিল্লী আৰক্ষীৰ বিশেষ শাখা জানিব দিয়ে যে ইকবাল সিংক পাঞ্জাৱৰ হোচিয়াৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে ইকবাল সিঙক সম্ভেদ দিব পাৰিলে ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষনা কৰিছিল দিল্লী আৰক্ষীয়ে ।

উল্লেখ্য, ইকবাল সিঙে ২৬ জানুৱাৰীত লালকিল্লাত উপস্থিত আছিল ।

ইকবাল সিঙে  লালকিল্লাৰ প্ৰৱেশ দুৱাৰ ভাঙি পতাকা উত্তোলন কৰিবলৈ মানুহক প্ৰৰোচিত কৰিছিল বুলি এক অভিযোগ উঠাৰ লগতে হিংসাত্মক ঘটনাৰ সময়ত ফেচবুক লাইভ কৰি আছিল বুলিও এক গোচৰ ৰুজু হৈছে ।

Tags: deep sidhuFarm LawIqbal singhPM MODI
Previous Post

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছে ৪খন বাছেৰে উলিয়াব ‘অসম বচাওঁ আহক’ বাছযাত্ৰা

Next Post

প্ৰেম, অবৈধ সম্পৰ্ক আৰু হত্যাঃ এগৰাকী বিশ্বাসঘাটক পত্নীৰ এক ভয়ংকৰ খেল…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Murder

প্ৰেম, অবৈধ সম্পৰ্ক আৰু হত্যাঃ এগৰাকী বিশ্বাসঘাটক পত্নীৰ এক ভয়ংকৰ খেল...

oscar award

অস্কাৰ এৱাৰ্ড-২০২১: শীৰ্ষ ১০ ত নিৰ্বাচিত একতা কাপুৰৰ ছবি 'বিট্টু'

হাগ্ৰামা মহিলাৰী

'BTCত কাম নাই প্ৰমোদ বড়োৰ; খাৰিগাঁৱত যোৱাৰ সময়ত এবাৰ, অহাৰ সময়ত এবাৰ কমলা কিনি ৰাস্তাৰ মানুহক কমলা দিয়েঃ হাগ্ৰামা মহিলাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8