• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দিল্লীৰ উপ-ৰাজ্যপাল অনিল বৈজাল আক্ৰান্ত হ’ল ক’ৰোনাত

Manoranjan Majumder by Manoranjan Majumder
April 30, 2021
in বিবিধ, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
দিল্লীৰ উপ-ৰাজ্যপাল অনিল বৈজাল আক্ৰান্ত হ’ল ক’ৰোনাত
Share on FacebookShare on Twitter

দিল্লীত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।

দৈনিক অধিক লোক আক্ৰান্ত হৈ পৰিছে ক’ৰোনা ভাইৰাছত।

আজি দিল্লীৰ উপ-ৰাজ্যপাল অনিল বৈজালো আক্ৰান্ত হৈছে ক’ৰোনাত।

এই কথা টুইটযোগে প্ৰকাশ কৰিছে উপ-ৰাজ্যপাল গৰাকীয়ে।

I have tested positive for COVID with mild symptoms.
Have isolated myself since the onset of symptoms and all those who were in contact with me have been tested.
Will continue to function and monitor the situation in Delhi from my residence.

— LG Delhi (@LtGovDelhi) April 30, 2021

তেওঁ কৈছে যে দেহত ক’ৰোনাৰ সাধাৰণ লক্ষণ সমূহে দেখা দিছে।

আৰু তেওঁ নিজৰ ঘৰতে হোম আইছ’লেচনত থাকিব।

লগতে ঘৰত থাকিয়ে তেওঁ দিল্লীৰ কাম কাজবোৰ চলাই থাকিব।

তাৰ উপৰিও যি সকল ব্যক্তিয়ে বিগত কেইদিনমান আগৰ পৰা তেওঁৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকক অতি সোনকালে ক’ৰোনা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে উপ-ৰাজ্যপাল অনিল বৈজালে।

Photo Credit : Google

Tags: Anil BeijalCorona VirusCovid Positiveউপ-ৰাজ্যপালদিল্লী
Previous Post

H8 FactCheck: ভূমিকম্পৰ এই ভিডিঅ’টো ২০১৮ৰ আলাস্কাৰ হয়, অসমৰ নহয়

Next Post

ধুবুৰী জিলাত বন্ধ ঘোষণা কৰা হ’ল সকলো শিক্ষানুষ্ঠান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ধুবুৰী জিলাত বন্ধ ঘোষণা কৰা হ’ল সকলো শিক্ষানুষ্ঠান

ধুবুৰী জিলাত বন্ধ ঘোষণা কৰা হ'ল সকলো শিক্ষানুষ্ঠান

পানীত খেলি খেলিয়েই কৰুণ মৃত্যুক সাৱটিলে দুই শিশুৱে

পানীত খেলি খেলিয়েই কৰুণ মৃত্যুক সাৱটিলে দুই শিশুৱে

আলফা(স্বাধীন)ৰ ২ কেডাৰৰ আত্মসমৰ্পণ

আলফা(স্বাধীন)ৰ ২ কেডাৰৰ আত্মসমৰ্পণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8