গণতন্ত্ৰ দিৱসৰ দিনটোত দিল্লীত সংঘটিত হোৱা হিংসাৰ পিছত বৰ্তমান আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰিছে।
দিল্লী আৰক্ষীয়ে ট্ৰেক্টৰ পেৰেডৰ সময়ছোৱাত সংঘটিত হোৱা হিংসাত্মক কাৰ্যকলাপত প্ৰায় ২৪টাকৈ গোচৰ ৰুজু কৰা হৈছে।
আজি দুপৰীয়া দিল্লী আৰক্ষীয়ে সম্বোধন কৰিব এক সংবাদমেল।
গণতন্ত্ৰ দিৱসত লালকিল্লাত সংঘটিত হোৱা তাণ্ডৱৰ ফটো পোহৰৈ আহিছে।
তাত কেইবাখনো বাহনৰ ক্ষতিসাধন হয়। বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী লাল কিল্লাত উপস্থিত হয় ক্ষতিৰ বুজ লয়।
বিগত দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত ৩০০তকৈও অধিক আৰক্ষী বিষয়া আহত হৈছে।
Delhi: More visuals from Red Fort in the national capital. pic.twitter.com/lAvZuL6Q2V
— ANI (@ANI) January 27, 2021
#WATCH: Broken shards of glass, scattered pieces of paper and vandalised ticket counter seen at the Red Fort in Delhi.
A group of protestors climbed to the ramparts of the fort and unfurled flags on January 26. pic.twitter.com/myCOU9QrJK
— ANI (@ANI) January 27, 2021
দিল্লী আৰক্ষীয়ে হিংসাৰ ষড়যন্ত্ৰক লৈও গোচৰ ৰুজু কৰিব। হিংসাত্মক ঘটনাসমূহৰ তদন্ত কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চক।
Photo: ANI