• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি বিজয়া দশমী, মা দুৰ্গাক বিদায় দিব ভক্তসকলে

নিউজ ডেস্ক by নিউজ ডেস্ক
October 5, 2022
in সংবাদ, অসম, ৰাষ্ট্ৰীয়
1 min read
0
আজি বিজয়া দশমী, মা দুৰ্গাক বিদায় দিব ভক্তসকলে
Share on FacebookShare on Twitter

আজি বিজয়া দশমী। ৫ দিনজোৰা পূজা–অৰ্চনাৰ অন্তত আজি অশ্ৰুসিক্ত নয়নেৰে দেৱী মাক বিদায় দিব ভক্তসকলে। প্ৰতিমা বিসৰ্জনেৰে সমাপ্ত হ’ব শাৰদীয় দুৰ্গোৎসৱৰ। বিজয়া দশমীত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত এক অন্য ধৰণৰ আবেগ। কাৰণ বিজয়া দশমী মানেই দুৰ্গা মা উভতি যোৱা। পুনৰ এটা বছৰৰ অপেক্ষা। ৫ দিনীয়া পূজা–অৰ্চনাৰ অন্তত ম্লান পৰিব পূজা মণ্ডপসমূহ। লোকাৰণ্য হৈ থকা পূজা পেণ্ডেলসমূহ নিতাল–নিস্তব্ধ হৈ পৰিব। বিগত চাৰিটা দিনত পূজা মণ্ডপসমূহ ঢাক–ঢোল, শংখ–ঘণ্টা, মন্ত্ৰোচ্চাৰণ, মংগল ধ্বনিৰে মুখৰ হৈ আছিল। 

আজি বিজয়া দশমী উপলক্ষে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ৰাৱণ দাহৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। পূৰাণ মতে, এই তিথিত দেৱী দুৰ্গাৰ আশীৰ্বাদ লৈ লংকাৰ ৰজা ৰাৱণক বধ কৰিছিল দশৰথ পুত্ৰ শ্ৰীৰামচন্দ্ৰই।

স্থানভেদে বিজয়া দশমীৰ দিনা সেন্দুৰ খেলা ৰীতিও চলি আহিছে। হিন্দু ৰীতি অনুসৰি বিয়াৰ সময়ত সেন্দুৰ দাম হৈছে এক অন্যতম গুৰুত্বপূৰ্ণ আচাৰ। বিবাহিত মহিলাসকলে স্বামীৰ মংগল কামনা কৰি সেন্দুৰ পিন্ধে। সেন্দুৰক ব্ৰহ্মাৰ প্ৰতীক বুলি ভৱা হয়। আৰু ব্ৰহ্মাই জীৱনৰ সমস্ত কষ্ট দূৰ কৰি আনন্দৰে ভৰাই ৰাখে বুলি প্ৰচলিত মত আছে। কপালত ব্ৰহ্মা অধিষ্ঠান কৰে বুলিয়ে ধাৰণা কৰা হয়।।

Previous Post

উত্তৰাখণ্ডৰ ভয়াবহ হিমস্খলনত সন্ধানহীন অসমৰ পৰ্বতাৰোহী

Next Post

আজিৰ দিনটোৰ ৰশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰশিফল

প্ৰতিমা বিসৰ্জন দিবলৈ গৈ প্ৰাণ গ’ল ৮ জনৰ! সন্ধানহীন অৰ্ধ শতাধিক

প্ৰতিমা বিসৰ্জন দিবলৈ গৈ প্ৰাণ গ'ল ৮ জনৰ! সন্ধানহীন অৰ্ধ শতাধিক

তেজস্বিতাৰ মৃত্যুঃ চিকিৎসকৰ গাফিলতিৰ কথ‍া অস্বীকাৰ অতিৰিক্ত উপায়ুক্তৰ

তেজস্বিতাৰ মৃত্যুঃ চিকিৎসকৰ গাফিলতিৰ কথ‍া অস্বীকাৰ অতিৰিক্ত উপায়ুক্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8