দিনক দিনে ক’ৰোনাৰ বৃদ্ধি হোৱা প্ৰভাৱ হ্ৰাস কৰিবলৈ প্ৰশাসনে যিমান সম্ভৱ চেষ্টা চলাই আছে।
ক’ৰোনাৰ পৰা ৰক্ষা পাবলৈ বৰ্তমান Directorate general of civil aviation কঠোৰ হৈ পৰিছে।
DGCAএই সতৰ্কবাণী প্ৰদান কৰিছে যে, যদি বিমানবন্দৰত ক’ৰোনাৰ নিয়ম উলংঘন কৰাৰ ক্ষেত্ৰত ধৰা পৰে তেন্তে জৰিমণা বিহিব লাগিব।
DGCAই ক’লে যে, ”ক’ভিড-১৯ৰ নিয়ম উলংঘন কৰা কোনো যাত্ৰী চকুত পৰিলে, সেই স্থানতে জৰিমণা বিহিব লাগিব সেইজন লোকে।
উল্লেখ্য সমগ্ৰ দেশতে এতিয়া উঠিছে ক’ৰোনাৰ দ্বিতীয়টো ঢৌ।
যাৰ ফলত দিনক দিনে বৃদ্ধি হৈ গৈ আছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা।
Photo: Google