• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বলীউডৰ কায়ডাত হীৰা ক্ৰয় কৰিবলৈ আহি গ্ৰাহকে দোকানত সলনি কৰিলে নকল হীৰা

নিউজ ডেস্ক by নিউজ ডেস্ক
July 29, 2021
in অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, সংবাদ
1 min read
0
বলীউডৰ কায়ডাত হীৰা ক্ৰয় কৰিবলৈ আহি গ্ৰাহকে দোকানত সলনি কৰিলে নকল হীৰা
Share on FacebookShare on Twitter

হীৰা বিক্ৰী কৰোতে সাৱধান! হীৰা ক্ৰয় কৰিবলৈ আহি গ্ৰাহকে দোকানত সলনি কৰি থৈ গ’ল নকল হীৰা।

গুৱাহাটীৰ কালাপাহাৰৰ ভাস্কৰ নগৰ এলেকাৰ এখন অলংকাৰৰ দোকানত সন্দীপ কুমাৰ পাণ্ডে নামৰ এজন লোকে হীৰা ক্ৰয় কৰিবলৈ আহিছিল। গ্ৰাহকজনে দোকানখনত হীৰ ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দি দুবাৰকৈ হীৰা টুকুৰা পৰীক্ষা কৰিছিল।

ইয়াৰ পিছতে ৪ জুন তাৰিখে দোকানখনৰ স্বত্বাধিকাৰ প্ৰদীপ দত্তই গ্ৰাহকজনৰ বিৰুদ্ধে ফটাশিল আমবাৰী থানাত ভাৰতীয় দণ্ডবিধিৰ 491/2021 u/s 420/370 নম্বৰত গোচৰ ৰুজু কৰে। জানিব পৰামতে গ্ৰাহকজনে দোকানখনত প্ৰকৃত হীৰাৰ টুকুৰাটোৰ সলনি কৰি নকল হীৰাৰ টুকুৰাটো চোৰ কৰি লৈ যায়।

ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই অভিযুক্ত সন্দীপ কুমাৰ পাণ্ডেক আটক কৰে। পাণ্ডেই আৰক্ষীৰ সোধ-পোছত হীৰা জালিয়াতি কৰাৰ কথা স্বীকাৰ কৰে। উল্লেখ্য যে প্ৰকৃত হীৰাটুকুৰাৰ মূল্য প্ৰায় ২ কোটি টকা।

Tags: গ্ৰাহকবলীউডহীৰা
Previous Post

মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিক বিকৃত উপস্থানেৰে খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা ৰঞ্জন চুতীয়াক গ্ৰেপ্তাৰ

Next Post

গুৱাহাটী-শ্বিলং পথত ডিভাইডাৰৰ ওপৰত বাগৰি পৰিল মন্ত্ৰী অতুল বৰাৰ কনভয়

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটী-শ্বিলং পথত ডিভাইডাৰৰ ওপৰত বাগৰি পৰিল মন্ত্ৰী অতুল বৰাৰ কনভয়

গুৱাহাটী-শ্বিলং পথত ডিভাইডাৰৰ ওপৰত বাগৰি পৰিল মন্ত্ৰী অতুল বৰাৰ কনভয়

চোৰে ললে ৰাম নামঃ একেদিনাই ৬ টাকৈ মন্দিৰত চোৰৰ টিঘিলঘিলনি

চোৰে ললে ৰাম নামঃ একেদিনাই ৬ টাকৈ মন্দিৰত চোৰৰ টিঘিলঘিলনি

বিদ্যালয়ত দপদপনি পাব্লিক হেল্থ বিভাগৰঃ অনুমতি অবিহনে বিদ্যালয়ৰ চৌহদত ৫০০ ফুটৰ বৰিং

বিদ্যালয়ত দপদপনি পাব্লিক হেল্থ বিভাগৰঃ অনুমতি অবিহনে বিদ্যালয়ৰ চৌহদত ৫০০ ফুটৰ বৰিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8