• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পথ-দুৰ্ঘটনাগ্ৰস্তক উদ্ধাৰ আৰু চিকিৎসাৰ লক্ষ্যৰে পথ-সুৰক্ষা মিত্ৰক সুৰক্ষা কিট বিতৰণ

কামৰূপ DTOৰ কাৰ্যালয়ত ব্যতিক্ৰম অনুষ্ঠান

নিউজ ডেস্ক by নিউজ ডেস্ক
December 21, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
পথ-দুৰ্ঘটনাগ্ৰস্তক উদ্ধাৰ আৰু চিকিৎসাৰ লক্ষ্যৰে পথ-সুৰক্ষা মিত্ৰক সুৰক্ষা কিট বিতৰণ
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে পথ সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগসমূহক দিয়া নিৰ্দেশনাত অসমৰ পৰিবহণ বিভাগে এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি পথ-দুৰ্ঘটনাগ্ৰস্থ ব্যক্তিক তাৎক্ষণিকভাৱে সহায় কৰিব পৰাকৈ একাংশ পথসুৰক্ষা মিত্ৰ বাছনি কৰি আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অত্যাৱশ্যকীয় পথ-সুৰক্ষা মিত্ৰ কিট বিতৰণ কৰা হয় ৷ উল্লেখ্য যে কেতবোৰ অঞ্চলত দুৰ্ঘটনাগ্ৰন্থ লোকক ততাতৈয়াকৈ উদ্ধাৰ আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰিবলৈ স্বইচ্ছাই আগবাঢ়ি অহা একাংশ লোকৰ মাজৰ পৰা এই পথ সুৰক্ষা মিত্ৰসকলক বাছনি কৰি মঙলবাৰে সুৰক্ষা সামগ্ৰী বিতৰণ কৰাৰ লগতে এক কৰ্মশালা অনুষ্ঠিত কৰা হয়।

কৰ্মশালাত পথ-সুৰক্ষা মিত্ৰসকলক বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়োৱাৰ উপৰি দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া কৌস্তুভ তালুকদৰে পথ সুৰক্ষা মিত্ৰসকলৰ বাবে জীৱন বীমাৰ ব্যৱস্থা কৰাৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই। মূলতঃ পথ দুৰ্ঘটনা হ্ৰাসৰ লক্ষ্য আগত ৰাখি অনুষ্ঠিত ব্যতিক্ৰম অনুষ্ঠানটোত সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলাৰ দায়িত্ববাহী পৰিবহণ বিষয়া গৌতম দাস, পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, আৰক্ষী পৰিদৰ্শক জীৱন দাস, ভাৰত স্কাউট এণ্ড গাইডৰ বিষয়া উৎপল কুমাৰ দাস, অসামৰিক প্ৰতিৰক্ষা বিষয়া জলেশ্বৰ ডেকা, জিলা স্বাস্থ্য বিষয়া ডাঃ কল্পজিত শইকীয়া, লোকনিৰ্মাণ বিভাগৰ অভিযন্তা দিগন্ত কলিতাকে ধৰি যানবাহন পৰিদৰ্শকসহ নৱনিযুক্ত পাঁচগৰাকী জিলা পৰিবহণ বিষয়া উপস্থিত থাকে।

Previous Post

NSCN(IM)ৰ নেতা থুইংগালেং মুইভাৰ ঘনিষ্ঠলৈ EDৰ চমন

Next Post

অপৰাধমূলক ঘটনাক লৈ মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
অপৰাধমূলক ঘটনাক লৈ মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল

অপৰাধমূলক ঘটনাক লৈ মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল

তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত মাকুম

তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত মাকুম

গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

মণিপুৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত কেইবাজনো ছাত্ৰ নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8