• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বাহিৰলৈ নোলাবঃ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 15, 2022
in সংবাদ, অসম
1 min read
0
বাহিৰলৈ নোলাবঃ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট!

Rain drops falling from a black umbrella concept for bad weather, winter or protection

Share on FacebookShare on Twitter

বৃহস্পতিবাৰেও হ’ব পাৰে ৰাজ্যত প্ৰৱল বৃষ্টিপাত! গুৱাহাটীৰ আজাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰৰ দিনটো সমগ্ৰ ৰাজ্যজুৰি ৰেড এলাৰ্ট জাৰি কৰিছে। কেন্দ্ৰৰ লগতে ৰাজ্যৰ প্ৰশাসনে অপ্ৰয়োজনত কোনো লোককে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ১৭ জুনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰেড এলাৰ্ট জাৰি কৰি থৈছে। বতৰ বিজ্ঞানে কেন্দ্ৰই পূৰ্বেই উত্তৰ পূৰ্বাঞ্চলত ১৩ জুনৰ পৰা প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছিল। সেই বিষয়ত জাৰি কৰা জাননীতে ১৭ তাৰিখলৈ প্ৰৱল বৃষ্টিপাত অব্যাহত থাকিব বুলি ঘোষণা কৰাৰ পিছতেই ১৩ জুন সোমবাৰে নিশাৰে পৰা গুৱাহাটী তথা অসমত প্ৰৱল বৃষ্টিপাত হৈছে। গুৱাহাটী মহানগৰীত এনে ধাৰাসাৰ বৰষুণে জন জীৱন স্তব্ধ কৰি তোলাৰ লগতে কেইবাজনো লোকৰ প্ৰাণ কাঢ়িলে।

সোমবাৰে ঠাইভেদে ২৪ ঘণ্টাত ১০০ মিলিমিটাৰ পৰা ৩০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱা বুলি প্ৰকাশ পাইছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰৰ বাবে অসম আৰু মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰিছে। আনহাতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ বাবে ১৭ জুনলৈকে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইয়াৰ মাজতে পুনৰ গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰে ৰেড এলাৰ্ট জাৰি কৰাৰ বিষয়টোৱে পৰিস্থিতি জটিল হোৱাৰ ইংগিত বহন কৰিছে।

Previous Post

বেয়া দিন সঁচাকৈয়ে থাকিবঃ টি-২০ ক্ৰিকেটত অ’পেনাৰ ঋতুৰাজ গায়কোৱাড়

Next Post

নিপকুৱে পুনৰ খুলি দিলে খাণ্ডং বান্ধৰ পানীঃ যি কোনো মুহূৰ্ততে আহিব পাৰে বান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নিপকুৱে পুনৰ খুলি দিলে খাণ্ডং বান্ধৰ পানীঃ যি কোনো মুহূৰ্ততে আহিব পাৰে বান

নিপকুৱে পুনৰ খুলি দিলে খাণ্ডং বান্ধৰ পানীঃ যি কোনো মুহূৰ্ততে আহিব পাৰে বান

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

মেঘালয়ত ভয়ংকৰ ভূমিস্খলন, আৱদ্ধ শ শ বাহন

মেঘালয়ত ভয়ংকৰ ভূমিস্খলন, আৱদ্ধ শ শ বাহন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8