• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

হাজোত সন্দেহজনক ৪জনীয়া ইৰাণী গ্ৰুপৰ সদস্য আটক

Manoranjan Majumder by Manoranjan Majumder
February 2, 2021
in অসম, সংবাদ
1 min read
0
হাজোত সন্দেহজনক ৪জনীয়া ইৰাণী গ্ৰুপৰ সদস্য আটক
Share on FacebookShare on Twitter

হাজোত সন্দেহজনক চাৰিজনীয়া ইৰাণী গ্ৰুপৰ সৈতে বাবাৰূপী দুৰ্ধৰ্ষ সদস্য আটক।

ৰাজ্যত অব্যাহত আছে ইৰাণী গ্ৰুপৰ সন্ত্ৰাস।

তেনে সময়তে আজি হাজো আৰক্ষীৰ জালত পৰিছে ৪জনকৈ ইৰাণী গ্ৰুপৰ দুৰ্ধৰ্ষ সদস্য।

হাজোৰ ডমডমাৰ এটা ATMত কৌশলেৰে ATM কাৰ্ডৰ সালসলনি কৰি পলায়ন কৰা চাৰিজনকৈ সন্দেহজনক ইৰাণী গ্ৰুপৰ সদস্যক খেদি খেদি হাজোৰ বৰম্বৈ পাহাৰত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

লগতে আৰক্ষীয়ে লোক কেইজনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এখন চোকা অস্ত্ৰৰ লগতে কেইবাখনো আপত্তিজনক নথি পত্ৰ আৰু এখন HR-31-J-5151 বিলাসী বাহন।

উল্লেখ্য যে আটকাধীন আটাইকেইজনৰ ঘৰ হাৰিয়ানাত।

হাজো আৰক্ষীয়ে ধৃত লোককেইজনক সোধা-পোছা অব্যাহত ৰাখিছে।

Photo: Headline8

Tags: AssamhajoIrani Groups membersঅসমইৰাণী সদস্যহাজো
Previous Post

বিউটিপাৰ্লাৰলৈ যোৱাৰ পূৰ্বে এবাৰ ভাৱক; আপোনাৰ সৌন্দৰ্য্য কাঢ়ি নিব পাৰে পাৰ্লাৰে

Next Post

‘আত্মনিৰ্ভৰতা’ ২০২০ বৰ্ষৰ অক্সফ’ৰ্ড হিন্দী শব্দ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
aatmanirbharta

'আত্মনিৰ্ভৰতা' ২০২০ বৰ্ষৰ অক্সফ'ৰ্ড হিন্দী শব্দ

শৰীৰৰ বাবে কিয় ভাল বিলাহী ? জানক এটা মাত্ৰ ক্লীকত…

শৰীৰৰ বাবে কিয় ভাল বিলাহী ? জানক এটা মাত্ৰ ক্লীকত…

১১ বছৰীয়া এটি শিশুৱে ইউটিউবৰ পৰা হেকিং শিকি পিতৃকে কৰিলে ধন দাবী

১১ বছৰীয়া এটি শিশুৱে ইউটিউবৰ পৰা হেকিং শিকি পিতৃকে কৰিলে ধন দাবী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8