• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দ্যা মছলা ৱক ৰেষ্টুৰেন্টত ডঃ সংগীতা কাকতিৰ “বীৰ লাচিত বৰফুকন” গীত মুকলি

নিউজ ডেস্ক by নিউজ ডেস্ক
November 18, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
দ্যা মছলা ৱক ৰেষ্টুৰেন্টত ডঃ সংগীতা কাকতিৰ “বীৰ লাচিত বৰফুকন” গীত মুকলি
Share on FacebookShare on Twitter

গুৱাহাটীৰ পল্টনবজাৰস্থিত সুন্দৰবন গেষ্ট হাউছত আজি নতুনকৈ উদ্ধোধন কৰা হয় “দ্যা মছলা ৱক” নামৰ এখন ৰেষ্টুৰেন্ট। মূলত উচ্চশিক্ষিত যুৱক উদীত বৰুৱাই সুলভ আৰু ব্যয় সাধ্য মূল্যত সকলো লোকে যাতে গুণগত মানদণ্ডৰ মুখৰোচক জুতি লগা খাদ্য খাব পাৰে তাৰ বাবে সুন্দৰবন ৰেষ্টুৰেন্টৰ তলৰ মহলাত স্থাপন কৰা হৈছে ৰেষ্টুৰেন্টখন। বৃহস্পতিবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰেষ্টুৰেন্টখন উদ্ধোধন কৰে প্ৰাক্তন বিধায়ক অজয় দত্তই।

আনহাতে ৰেষ্টুৰেন্ট উদ্ধোধনী অনুষ্ঠানত বিশিষ্টা গায়িকা ডঃ সংগীতা কাকতিয়ে মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৰচনা কৰা “বীৰ লাচিত বৰফুকন” নামৰ গীতটো সামাজিক মাধ্যম যোগে মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ডঃ সংগীতা কাকতিয়ে গীতটোৰ ৰচনাৰ আঁৰৰ কথাৰ তাৎপৰ্য দাঙি ধৰে আৰু সাংস্কৃতিকপ্ৰেমী ৰাইজে গীতটো আদৰি লব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত প্ৰাক্তন বিধায়ক অজয় দত্ত, গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলাৰ ৰত্না সিং, অসম চৰকাৰৰ জনসংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা, সুন্দৰবন গেষ্ট হাউছৰ স্বত্বাধিকাৰী কুলজিত বৰুৱা, মধুবন গেষ্ট হাউছৰ স্বত্বাধিকাৰী দিলজিত বৰুৱাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত ডঃ সংগীতা কাকতিয়ে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত পৰিৱেশন কৰে।

Previous Post

৫০ বছৰীয়া হ’ল অসমবাসীৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ

Next Post

১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

মিৰ্জাৰ নৰ্থ ইষ্ট স্পৰ্টচ একাডেমীৰ সাফল্য

মিৰ্জাৰ নৰ্থ ইষ্ট স্পৰ্টচ একাডেমীৰ সাফল্য

‘ভাৰত জোড়ো যাত্ৰা’ত মেধা পাটকাৰৰ অংশগ্ৰহণক লৈ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কটাক্ষ!

'ভাৰত জোড়ো যাত্ৰা'ত মেধা পাটকাৰৰ অংশগ্ৰহণক লৈ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কটাক্ষ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8