পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ ২৪ ঘণ্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে।
নিৰ্বাচনৰ নীতি নিয়ম উলংঘা কৰাৰ বাবে নিৰ্বাচনী আয়োগে জাৰি কৰিছে এই নিষেধাজ্ঞা।
১২ এপ্ৰিল নিশা ৮ বজাৰ পৰা ১৩ এপ্ৰিল নিশা ৮ বজালৈ কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।
নিৰ্বাচনী আয়োগে মমতা বেনাৰ্জী বাবে এই সিদ্ধান্ত জাৰি কৰাৰ পিছতে পশ্চিম বংগত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে।
Photo Credit: Google