দেশত ভয়াবহ ৰূপত বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ।
বৰ্দ্ধিত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নিৰ্বাচনী আয়োগে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগে জাৰি কৰিছে সিদ্ধান্ত।
ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পূৰ্বৰ ৪৮ ঘণ্টাৰ সলনি ৭২ ঘণ্টা আগতে বন্ধ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ।
তাৰ উপৰিও সন্ধিয়া ৭ বজাৰ পৰা পুৱা ১০ বজালৈ পশ্চিমবংগত বন্ধ কৰিব লাগিব ৰাজহুৱা সভা।
Photo Credit :Google