অসমত কালি সন্ধিয়া ৬ বজাৰ পিছৰ পৰা অন্ত পৰিব ৬ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ নিৰ্বাচনী প্রচাৰ।
ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে নিৰ্বাচনী আয়োগে।
নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিছে যে কালিৰে পৰা নিষিদ্ধ হব নিৰ্বাচনী সভা,ৰেলী আৰু নিৰ্বাচনী প্ৰচাৰৰ লগত জড়িত সকলো ক্ৰিয়া কলাপৰ।
তাৰ উপৰিও কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সংবাদ মাধ্যমৰ জৰিয়তেও প্ৰচাৰ হব নোৱাৰিব বুলি ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে।
Photo Credit: Google