• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম নিৰ্বাচনৰ ফলাফলঃ কাৰ কাৰ অগ্ৰগতি?

Manoranjan Majumder by Manoranjan Majumder
May 2, 2021
in অসম, ৰাজনীতি, সংবাদ
1 min read
0
অসম নিৰ্বাচনৰ ফলাফলঃ কাৰ কাৰ অগ্ৰগতি?
Share on FacebookShare on Twitter

ৰাজ্যত ১২৬টা বিধানসভা সমষ্টিৰ অব্যাহত ভোটগণনা। ৩৩১টা কেন্দ্ৰত চলিছে ভোটগণনা।

শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ পোষ্টেল বেলট ভোটত আগবাঢ়ি আছে।

আনহাতে ৰঙিয়া সমষ্টিৰ শক্তিশালী বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী ভৱেশ কলিতা মহাজোঁট সমৰ্থিত চি পি আই (এম) প্ৰাৰ্থী ভগৱান মিশ্ৰৰ হাতত পিছ পৰি আছে।

ইয়াৰ উপৰি মাজুলীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপৰ নেতা ফণীভূষণ চৌধুৰী, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ আগবাঢ়ি আছে।

আনহাতে এই পৰ্যন্ত বিজেপি মিত্ৰজোঁটে ১৫ খন আৰু কংগ্ৰেছ মহাজোঁটে ৭ খন আৰু অন্যান্যই এখন আসনত।

Photo: Google

Tags: Assamassam assembly election ResultBJPঅসমঅসম নিৰ্বাচন ফলাফলবিজেপি
Previous Post

কোকৰাঝাৰত প্ৰমীলা ৰাণীৰ ব্ৰহ্মৰ পৰাজয়; UPPLৰ লৰেঞ্চ ইছলাৰীৰ জয়

Next Post

দক্ষিণ শালমাৰা আৰু মানকাচৰ জিলাৰ ভোটগণনাৰ শেহতীয়া ফলাফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
দক্ষিণ শালমাৰা আৰু মানকাচৰ জিলাৰ ভোটগণনাৰ শেহতীয়া ফলাফল

দক্ষিণ শালমাৰা আৰু মানকাচৰ জিলাৰ ভোটগণনাৰ শেহতীয়া ফলাফল

চতিয়া সমষ্টিত জয়লাভ বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাৰ

চতিয়া সমষ্টিত জয়লাভ বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাৰ

৩৩৩৬টা ভোটত বিজয় সাব্যস্ত ৰূপজ্যোতি কুৰ্মীৰ; আনুষ্ঠানিক ঘোষণা বাকী

৩৩৩৬টা ভোটত বিজয় সাব্যস্ত ৰূপজ্যোতি কুৰ্মীৰ; আনুষ্ঠানিক ঘোষণা বাকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8