• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সময়মতেই অনুষ্ঠিত হ’ব নিৰ্বাচন : পালন কৰা হ’ব সকলো কোভিড বিধি

নিউজ ডেস্ক by নিউজ ডেস্ক
December 31, 2021
in সংবাদ, উত্তৰ পূৰ্বাঞ্চল, ৰাজনীতি, ৰাষ্ট্ৰীয়
0
সময়মতেই অনুষ্ঠিত হ’ব নিৰ্বাচন : পালন কৰা হ’ব সকলো কোভিড বিধি
Share on FacebookShare on Twitter

২০২২ বৰ্ষৰ প্ৰথম ভাগতে অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশ, গোৱা, পঞ্জাৱ, হিমাচল প্ৰদেশ আৰু মণিপুৰত বিধানসভাৰ নিৰ্বাচন।  নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাতে দেশত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। কোভিডৰ লগতে নতুনকৈ সংক্ৰমিত হোৱা কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনো দেশত ব্যাপক হাৰত সংক্ৰমণ হৈছে।
এনে পৰিস্থিতিত নতুন বছৰটোৰ প্ৰথমভাগত নিৰ্বাচন অনুষ্ঠিত কৰাটো চিন্তাৰ বিষয় হৈ পৰিছে। এই সংক্ৰান্তত এলাহবাদ উচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচন প্ৰয়োজন সাপেক্ষে পিছুৱাই দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল। কিন্তু দেশৰ প্ৰধান ৰাজনৈতিক দল বিজেপি, কংগ্ৰেছকে ধৰি ৰাজ্যসমূহৰ আঞ্চলিক দলৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা সকলে দলেই সময়মতেই নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে। নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই সকলো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী কামকাজ আৰম্ভ কৰিছে।
ইয়াৰ মাজতে ৩ দিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশত উপস্থিত হৈছে দেশৰ মুখ্য নিৰ্বাচনী বিষয়াৰ লগতে নিৰ্বাচন আয়োগৰ এটা দল। দলটোৱে ৰাজ্যখনৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ৰাজনৈতিক দলৰ লগত মত বিনিময় কৰি সয়মতে নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰিছে।

Previous Post

১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

Next Post

গুৱাহাটীৰ দাঁতি-কাষৰীয়া দহখন বনভোজৰ স্থান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটীৰ দাঁতি-কাষৰীয়া দহখন বনভোজৰ স্থান

গুৱাহাটীৰ দাঁতি-কাষৰীয়া দহখন বনভোজৰ স্থান

নৱবৰ্ষৰ প্ৰথম দিনটো এটি লোভনীয় মাছৰ ৰেচিপিৰে আৰম্ভ কৰো আঁহক

নৱবৰ্ষৰ প্ৰথম দিনটো এটি লোভনীয় মাছৰ ৰেচিপিৰে আৰম্ভ কৰো আঁহক

সাহিত্য অকাডেমিৰ অনুবাদ বঁটা গ্ৰহণ দিগন্ত বিশ্ব শৰ্মাৰ

সাহিত্য অকাডেমিৰ অনুবাদ বঁটা গ্ৰহণ দিগন্ত বিশ্ব শৰ্মাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8