ক’ৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত এই মাহত ইউৰো কাপ আৰম্ভ হ’বলৈ সাজু হৈছে। প্ৰতিযোগিতা ১২ জুনৰ পৰা আৰম্ভ হ’ব। তাৰকাসহ ২৪টা-দলৰ প্ৰতিযোগিতাখন পৰৱৰ্তী এমাহৰ বাবে অব্যাহত থাকিব। মুঠ ৫০ খন মেচ অনুষ্ঠিত হ’ব। এই ইউৰো কাপৰ সম্পূৰ্ণ সময়সূচী, ভাৰতীয় সময়ত আৰম্ভ হ’বলগীয়া মেচসমূহ। তলত সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা হৈছে-
গ্ৰুপ (এ)- ইটালী, ছুইজাৰলেণ্ড, তু্ৰ্কি, ৱেলছ্
গ্ৰুপ (বি)- বেলজিয়াম, ৰাছিয়া, ডেনমাৰ্ক, ফিনলেণ্ড
গ্ৰুপ (চি)- ইউক্ৰেইন, নেডাৰলেণ্ড, অষ্ট্ৰিয়া, উত্তৰ মেচিডোনিয়া
গ্ৰুপ (ডি)- ইংলেণ্ড, ক্ৰোৱেছিয়া, স্কটলেণ্ড, চেক গণৰাজ্য
গ্ৰুপ (ই)- স্পেইন, চুইডেন, পোলেণ্ড, শ্লোভাকিয়া
গ্ৰুপ (এফ)- হাংগেৰী, পৰ্তুগাল, ফ্ৰান্স, জাৰ্মানী
১২ জুন- গ্ৰুপ (এ)- তু্ৰ্কি বনাম ইটালী- ভাৰতীয় সময়ঃ পুৱা ১২.৩০, স্থানঃ ৰোম
১২ জুন- গ্ৰুপ (এ)- ৱেলছ্ বনাম ছুইজাৰলেণ্ড- ভাৰতীয় সময়ঃ সন্ধিয়া ৬.৩০, স্থানঃ বাকো
১২ জুন- গ্ৰুপ (বি)- ডেনমাৰ্ক বনাম ফিনলেণ্ড- ভাৰতীয় সময়ঃ নিশা ৯.৩০, স্থানঃ কোপেনহেগেন
১৩ জুন- গ্ৰুপ (বি)- বেলজিয়াম বনাম ৰাছিয়া- ভাৰতীয় সময়ঃ পুৱা ১২.৩০, স্থানঃ ছেণ্ট পিটাৰ্ছবাৰ্গ
১৩ জুন- গ্ৰুপ (ডি)- ইংলেণ্ড বনাম ক্ৰোৱেছিয়া- ভাৰতীয় সময়ঃ সন্ধিয়া ৬.৩০, স্থান- লণ্ডন
১৩ জুন- গ্ৰুপ (চি)- অষ্ট্ৰিয়া বনাম উত্তৰ মেচিডোনিয়া- ভাৰতীয় সময়ঃ নিশা ৯.৩০, স্থান- বুখাৰেষ্ট
১৪ জুন- গ্ৰুপ (চি)- নেডাৰলেণ্ড বনাম ইউক্ৰেইন- ভাৰতীয় সময়ঃ পুৱা ১২.৩০, স্থান- আমষ্টাৰডাম
১৪ জুন- গ্ৰুপ (ডি)- স্কটলেণ্ড বনাম চেক গণৰাজ্য়- ভাৰতীয় সময়ঃ সন্ধিয়া ৬.৩০, স্থান- গ্লাছগ’
১৪ জুন- গ্ৰুপ (ই)- পোলেণ্ড বনাম শ্লোভাকিয়া- ভাৰতীয় সময়ঃ নিশা ৯.৩০, স্থান- ডা
বলিন
১৫ জুন- গ্ৰুপ (ই)- স্পেইন বনাম চুইডেন- ভাৰতীয় সময়ঃ পুৱা ১২.৩০, স্থানঃ বিলবাও
১৫ জুন- গ্ৰুপ (এফ)- হাংগেৰী বনাম পৰ্তুগাল- ভাৰতীয় সময়ঃ নিশা ৯.৩০, স্থানঃ পুডাপেষ্ট
১৬ জুন- গ্ৰুপ (এফ)- ফ্ৰান্স বনাম জাৰ্মানী- ভাৰতীয় সময়ঃ পুৱা ১২.৩০, স্থানঃ মিউনিখ
১৬ জুন- গ্ৰুপ (বি)- ফিনলেণ্ড বনাম ৰাছিয়া- ভাৰতীয় সময়ঃ সন্ধিয়া ৬.৩০, স্থান- ছেণ্ট পিটাৰ্ছবাৰ্গ
১৬ জুন- গ্ৰুপ(এ)- তুৰ্কি বনাম ৱেলছ্- ভাৰতীয় সময়ঃ নিশা ৯.৩০, স্থানঃ বাকো
১৭ জুন- গ্ৰুপ(এ)- ইটালী বনাম ছুইজাৰলেণ্ড- ভাৰতীয় সময়ঃ পুৱা ১২.৩০, স্থানঃ ৰোম