কৰিমগঞ্জত এখন ব্যক্তিগত বাহনত ভোটৰ মেচিন EVM পোৱাৰ পিছত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
EVM মেচিন পোৱাৰ পিছত সেই ভোটকেন্দ্রটোত নিৰ্বাচন বাতিল কৰা হয়।
নিৰ্বাচনী আয়োগে ৪জন নিৰ্বাচনী বিষয়াক নিলম্বন কৰে।
এই ঘটনাটোৰ লৈ নিৰ্বাচন আয়োগে গোচৰ ৰুজু কৰে।
ঘটনাটো পোহৰলৈ অহাৰ পিছত দাবী কৰা হৈছে যে বাহনখন বৰ্তমানৰ বিধায়ক কৃৰ্ষেন্দু পালৰ পত্নীৰ।
নিৰ্বাচনী আয়োগে সমস্ত ঘটনাৰ তথ্য বিচাৰিছে নিৰ্বাচনী বিষয়াক পৰা।
EVM মেচিন পোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছত কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে।
Photo Credit-Google