• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

Fact Check: অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ এইপৰ্যন্ত ঘোষণা হোৱা নাই, ভুৱা ভাইৰেল পোষ্ট

Manoranjan Majumder by Manoranjan Majumder
February 12, 2021
in অসম, ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
Fact Check: অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ এইপৰ্যন্ত ঘোষণা হোৱা নাই, ভুৱা ভাইৰেল পোষ্ট
Share on FacebookShare on Twitter

অসম বিধানসভা নিৰ্বাচনৰ এইপৰ্যন্ত কোনো দিন ঘোষণা হোৱা নাই কিন্তু ছচিয়েল মিডিয়াত নিৰ্বাচনৰ ভুল তাৰিখ ইতিমধ্যে ভাইৰেল হ’বলৈ ধৰিছে।

কেৱল অসমে নহয় পশ্চিমবংগ, তামিলনাডু, পণ্ডিচেৰী আৰু কেৰালাতো নিৰ্বাচনৰ ভুৱা তাৰিখ ভাইৰেল হৈ পৰিছে।

Headline8য়ে এই পোষ্টটোৰ তদন্ত কৰে।

তদন্তৰ পিছত জানিব পাৰিলো যে পোষ্টটো সম্পূৰ্ণৰূপে ভুৱা।

উল্লেখযোগ্য কথাটো হ’ল যে এইপৰ্যন্ত নিৰ্বাচন আয়োগে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কোনো তাৰিখ ঘোষণা কৰা নায়।

ভাইৰেল পোষ্টটোত আছিল
বিকাশ বৰুৱা নামৰ এজন ফেচবুক ইউজাৰে ১ ফেব্ৰুৱাৰীত এটা পোষ্ট আপলোড কৰি লিখিছিল যে অসম বিধানসভা নিৰ্বাচনৰ বাবে তাৰিখ ঘোষণা কৰা হৈছে।

পোষ্টটোত অসমৰ উপৰিও পশ্চিমবংগ, তামিলনাডু, কেৰেলা আৰু পণ্ডিচেৰীৰ বিধানসভা নিৰ্বাচনৰ ভুৱা তাৰিখো উল্লেখ কৰিছিল।

Headline8য়ে প্ৰথমে গুগল চাৰ্ছৰ কৰি অনুসন্ধান আৰম্ভ কৰিছিল।

এই কথাটো জানিবলৈ বিচাৰিছিল যে নিৰ্বাচন আয়োগে অসম আৰু অন্যান্য ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ বাবে তাৰিখ ঘোষণা কৰিছে নেকি?

গুগল চাৰ্ছ কৰি ইয়াৰ বিষয়ে কোনো খবৰ বিচাৰি নাপালো।

কেৱল Headline8য়ে নহয় ইতিমধ্যে সকলোৱেই এই ভাইৰেল পোষ্ট আৰু তাৰিখক ভুৱা বুলি উল্লেখ কৰিছে। ফেচবুকত ভুৱা পোষ্ট দিয়া এই বিকাশ বৰুৱা নামৰ লোকজন অসমৰ নিবাসী। সম্প্ৰতি গোৱাত বসবাস কৰে।

Photo: Facebook

Tags: Assembly electionFacebok Postফেচবুক পোষ্টবিধানসভা নিৰ্বাচনভুৱা পোষ্ট
Previous Post

খাবলৈ তিতা কিন্তু স্বাস্থ্যৰ বাবে মিঠা । জানো আহক উপকাৰিতা….

Next Post

কৰুণ! একেদিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে স্বামী-পত্নীয়ে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Road Accident

কৰুণ! একেদিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে স্বামী-পত্নীয়ে

rivers of gold

'Rivers of Gold':মহাকাশৰ পৰা সোণৰ দৰে জিলিকে আমাজন

Fire

Breaking: ফটকা ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ; এই বিস্ফোৰণে কাঢ়িলে ১১জনৰ প্ৰাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8