নিৰ্বাচনৰ মাজতে শুকুৰবাৰে যোৰাবাটত উদ্ধাৰ হয় প্ৰায় ১২ লক্ষাধিকৰ অধিক টকাৰ জাল নোট।
নগাওঁৰ পৰা গুৱাহাটীলৈ আনি থকা অৱস্থাত অসম আৰক্ষীৰ হাতত ধৰা পৰে ১২ লক্ষাধিকৰ অধিক জাল নোট সহ ৩৭ বছৰীয়া আব্দুল ৰিজাউ’ক নামৰ লোকজন।
বিশেষ সূত্ৰ অনুসৰি জানিব পাৰি আৰক্ষীয়ে যোৰাবাটত চলাইছিল তালাচী অভিযান।
তাৰ পিছতে জাল নোট সহ আটক কৰে আব্দুল ৰিজাউ’ক নামৰ লোকজনক।