• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কৃষকৰ পবিত্ৰ আন্দোলনক অপবিত্ৰ কৰি তোলা কোন এওলোক…?

Manoranjan Majumder by Manoranjan Majumder
February 11, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
0
modi
Share on FacebookShare on Twitter

বুধবাৰে লোকসভাত প্ৰধানমন্ত্ৰী মোডীয়ে কৃষক আন্দোলনৰ সময়ত হোৱা হিংসাত্মক ঘটনাক তীব্ৰ সমালোচনা কৰি মত প্ৰকাশ কৰি কয় যে কৃষক আন্দোলনক মই সন্মান কৰো, পবিত্ৰ বুলি বিবেচনা কৰো ৷

কিন্তু আন্দোলনকাৰী আৰু আন্দোলনজীৱিৰ মাজত বৃহৎ পাৰ্থক্য অতি গুৰুত্বপূৰ্ণ ।

এই আন্দোলনজীৱিৰ কৃষকৰ আন্দোলনক অপবিত্ৰ কৰিছে ৷

লগতে মোডীয়ে আন্দোলনজীৱিসকলক উদ্দেশ্য কৰি এনেদৰে প্ৰশ্ন কৰি মত প্ৰকাশ কৰে যে যেতিয়া আন্দোলনজীৱিসকলে পৱিত্ৰ আন্দোলনক হাইজেক কৰে, গুৰুতৰ অপৰাধৰ বাবে কাৰাগাৰত থকা লোকসকলৰ ফটো প্ৰদৰ্শন কৰে, তেতিয়াই কোনো উদ্দেশ্য পূৰণ কৰেনে ?

টোল প্লাজাক কাম কৰিবলৈ নিদিয়া, টেলিকম টাৱাৰ ধ্বংস কৰা, এয়া কি পবিত্ৰ আন্দোলনৰ উদ্দেশ্য ?

উল্লেখ্য, মোডী কৃষক আন্দোলন আৰু কৃষি আইনৰ সমস্যা অতি শীঘ্ৰে সমাধান হ’ব বুলিও লোকসভাত মত প্ৰকাশ কৰে ৷

সমাজত এনে বহু লোক আছে যিয়ে দেশৰ উন্নতি চিন্তা কৰে ৷

কিন্তু এই শ্ৰেণীটোৱেই সঠিক কাম কৰাৰ কথা আহে, তেতিয়া কথাক কাৰ্যলৈ ৰূপান্তৰ কৰাত ব্যৰ্থ হয়।

কিয়নো সমাজত এনে কিছুমান লোক আছে ৰাষ্ট্ৰক বিপথে পৰিচালিত কৰিব বিচাৰি আছে ৷

Tags: Farm LawPM MODI
Previous Post

সুৰা নিষিদ্ধ ৰাজ্যত উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা; নষ্ট কৰিবলৈ আৰক্ষীক লাগিল দুদিন

Next Post

হোৰাহোৰে বাঢ়িছে পেট্ৰ’লৰ দাম; অসমৰ কোন কোন জিলাত কিমান দাম?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Petrol Price

হোৰাহোৰে বাঢ়িছে পেট্ৰ'লৰ দাম; অসমৰ কোন কোন জিলাত কিমান দাম?

DU Vice-chancellor

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰঞ্জিত তামুলীক নিলম্বন

labour law

কেন্দ্ৰীয় চৰকাৰৰ নতুন শ্ৰম আইন; সপ্তাহত ৪ দিন কৰ্মদিন আৰু ৩ দিন ছুটী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8