• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিজয় হাঁহিৰে প্ৰতিবাদস্থলী এৰি ঘৰমুৱা স্বাভিমানী কৃষক

Himalika Das by Himalika Das
December 13, 2021
in সংবাদ
1 min read
0
বিজয় হাঁহিৰে প্ৰতিবাদস্থলী এৰি ঘৰমুৱা স্বাভিমানী কৃষক
Share on FacebookShare on Twitter

এটা বছৰৰো অধিক কাল প্ৰতিবাদত বহি থকা কৃষকসকল  উভতিল ঘৰলৈ । কেন্দ্ৰৰ পৰা কৃষকৰ সকলো দাবী মানি লোৱা বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছত কৃষকসকলে প্ৰত্যাহাৰ কৰে এই দীৰ্ঘদিনীয়া আন্দোলন। কৃষক বিদ্ৰোহৰ নেতৃত্ব দিয়া ৰাকেশ টিকেটে কৃষক বিদ্ৰোহৰ সামৰণি ঘোষণা কৰিছিল বুধবাৰে।
সিন্ধু বৰ্ডাৰত শনিবাৰ পুৱাৰে পৰা উৎসৱমুখৰ পৰিৱেশ। ভাঙি পেলোৱা হৈছে সীমান্তৰ অস্থায়ী শিৱিৰসমূহ। কৃষকসকলে প্ৰতিবাদস্থলী পৰিষ্কাৰ কৰি ঘৰলৈ যোৱাৰ বাবে সাজু হৈছে। বিজয় ৰেলীৰে হাৰিয়ানা, পাঞ্জাৱৰ কৃষকসকল উভতিব ঘৰলৈ। বিজয়ৰ আনন্দত নাচ-গান কৰি উল্লাস প্ৰদৰ্শন কৰিছে কৃষকসকলে। বিজয় হাঁহিৰে প্ৰতিবাদস্থলী এৰিলে স্বাভিমানী কৃষকে।

Previous Post

২১ বছৰৰ পিছত ভাৰতৰ হাতত মিছ ইউনিভাৰ্ছৰ খিতাপ

Next Post

কলিয়াবৰত অঘটন! পিতৃৰ চাৰ্ভিচ পিষ্টলৰ গুলী লাগিল ৪ বছৰীয়া পুত্ৰৰ ভৰিত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কলিয়াবৰত অঘটন! পিতৃৰ চাৰ্ভিচ পিষ্টলৰ গুলী লাগিল ৪ বছৰীয়া পুত্ৰৰ ভৰিত

কলিয়াবৰত অঘটন! পিতৃৰ চাৰ্ভিচ পিষ্টলৰ গুলী লাগিল ৪ বছৰীয়া পুত্ৰৰ ভৰিত

কংগ্ৰেছত মোক্ষম আঘাত

কংগ্ৰেছত মোক্ষম আঘাত

বাছত অতিৰিক্ত ভাড়া লৈছে? অভিযোগ দিয়ক এই নম্বৰত

বাছত অতিৰিক্ত ভাড়া লৈছে? অভিযোগ দিয়ক এই নম্বৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8