• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৬ ফেব্ৰুৱাৰীত দেশজোৰা পথ বন্ধ ঘোষণা ভাৰত কিষাণ ইউনিয়নৰ

Manoranjan Majumder by Manoranjan Majumder
February 2, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
road close
Share on FacebookShare on Twitter

ৰাজধানীত প্ৰতিদিনে অধিক তীব্ৰতৰ কৰি তোলা হৈছে কৃষক আন্দোলন ।

চৰকাৰৰ দমন নীতি তীব্ৰ কৰা স্বত্বেও স্তিমিত হোৱা নাই কৃষক আন্দোলন ।

তিনিখন বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত ৬ ফেব্ৰুৱাৰীত আহ্বান কৰা হৈছে দেশজোৰা পথ বন্ধ কাৰ্যসূচী ।

ভাৰত কিষাণ ইউনিয়নৰ নেতা বলবীৰ সিং ৰাজেৱালে ঘোষণা কৰে পথ বন্ধ কাৰ্যসূচী ।

শনিবাৰে বিয়লী ৩ বজালৈ দেশত পালন কৰা হ’ব এই পথ বন্ধ কাৰ্যসূচী ।

এই কাৰ্যসূচী পালন কৰিবলৈ দেশবাসীৰ প্ৰতি আহ্বান জনাইছে ভাৰত কিষাণ ইউনিয়নৰ নেতাগৰাকীয়ে ।

উল্লেখ্য, আন্দোলন অধিক তীব্ৰ হ’বলৈ ধৰাত চৰকাৰে দিল্লীৰ সীমান্ত এলেকাসমূহত কৰ্তন কৰিছে ইণ্টাৰনেট সেৱা ।

Tags: farmars ProtestIndianew delhiকৃষক আন্দোলনপথ বন্ধভাৰত
Previous Post

প্ৰসংগঃ কেন্দ্ৰীয় বাজেট;  শাসক-বিৰোধী পক্ষ দুই মেৰুত অৱস্থান

Next Post

এখন ফটো; ফটোখনে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত, কাৰণ…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
এখন ফটো; ফটোখনে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত, কাৰণ…

এখন ফটো; ফটোখনে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত, কাৰণ...

ৰহস্যজনকভাৱে নৈ পাৰৰ বালিত ওলাল মৰাণাস্ত্ৰ

ৰহস্যজনকভাৱে নৈ পাৰৰ বালিত ওলাল মৰাণাস্ত্ৰ

aamir khan

১ ফেব্ৰুৱাৰীৰ পৰা আমীৰ খানৰ 'কমিউনিকেশ্বন ডিটক্স'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8