নেচনেল কনফাৰেঞ্চৰ সভাপতি আৰু জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুলাক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
৩০ মাৰ্চত তেওঁ ক’ৰোনাত আক্ৰান্ত হৈছিল, ইয়াৰ পিছত হোম আইছ’লেচনত আছিল।
ফাৰুক আব্দুলাৰ পুত্ৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুলাই পিতৃ শীঘ্ৰে সুস্থ হোৱাৰ বাবে প্ৰাৰ্থনা জনাবলৈ আহ্বান জনায়।
ওমৰ আব্দুলাৰ টুইট
ওমৰ আব্দুলাই টুইটত লিখিলে যে, “মোৰ পিতৃৰ উচিত নিৰীক্ষণৰ বাবে চিকিৎসকৰ পৰামৰ্শত তেওঁক শ্ৰীনগৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
Based on the advice of doctors to enable them to better monitor my father, he has been admitted to hospital in Srinagar. Our family remains grateful to everyone for their messages of support & their prayers
— Omar Abdullah (@OmarAbdullah) April 3, 2021
উল্লেখ্য ২ মাৰ্চত ফাৰুখ আব্দুলাৰ ক’ৰোনা ভেকচিনৰ প্ৰথমটো পালি লৈছিল।
কিন্তু ভেকচিন লৱোৰা ২৮ দিন পিছত পুনৰ ক’ৰোনাত আক্ৰান্ত হয় ফাৰুখ আব্দুলা।
প্ৰথমে তেওঁ নিজকে পৰিয়ালৰ সদস্যৰ সৈতে হোম কোৱাৰাণ্টাইন কৰিছিল।
কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
Photo: Google