- OILৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন।
- ব্যক্তিগত প্রতিষ্ঠান জন এনাৰ্জীৰ বিৰুদ্ধে এই আবেদন।
- প্রতিষ্ঠানটোক পুনৰ তৈল খাদ খান্দিবলৈ অনুমতি দিয়াৰ বিৰুদ্ধে আবেদন।
- জন এনাৰ্জীৰ ভুলৰ বাবেই সংঘটিত হৈছিল বাঘজানৰ অগ্নিকাণ্ড।
- সেই ঘটনাৰ পিছতে অইলে নিষিদ্ধ কৰিছিল প্রতিষ্ঠানটোক।
- কিন্তু শেহতীয়াকৈ অইলে আন তিনিখন তৈলখাদ গতাই দিছে জন এনাৰ্জীক।
- বাঘজান কাণ্ডত ক্ষতিপূৰণ নোপোৱা ৫০০ ভুক্তভোগীয়ে দাখিল কৰিছে আৱেদন।
- আদালতত দুদিন ধৰি গোচৰৰ শুনানি।
- নিষিদ্ধ ঘোষণা কৰা জন এনাৰ্জীক কিয় পুনৰ দায়িত্ব দিয়া হ’ল সেই উত্তৰ দিব পৰা নাই OIL এ।