• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ঢেকীয়াই শক্তিবৰ্ধক আৰু যৌন দুৰ্বলতা আঁতৰাইঃ ঢেকীয়া শাকৰ উপকাৰিতাসমূহ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 1, 2021
in অসম, খাদ্যাভাস, জীৱনশৈলী, সংবাদ
1 min read
0
ঢেকীয়াই শক্তিবৰ্ধক আৰু যৌন দুৰ্বলতা আঁতৰাইঃ ঢেকীয়া শাকৰ উপকাৰিতাসমূহ
Share on FacebookShare on Twitter

ঢেকীয়া শাক আমাৰ সকলোৰে পৰিচিত খাদ্য।
প্ৰত্যেকগৰাকী অসমীয়াৰ আখলঘৰত ঢেকীয়াৰ বিভিন্ন জুতি লগা ব্যঞ্জন তৈয়াৰ কৰা হয়।
ঢেকীয়া (Fiddlehead ferns) এবিধ শাক জাতীয় বনৰীয়া উদ্ভিদ।
বিজ্ঞানীসকলৰ মতে পৃথিৱীত প্ৰায় দহহাজাৰ ঢেকীয়াবৰ্গৰ প্ৰজাতি আছে।
কিন্তু উত্তৰ-পূৰ্বাঞ্চলত ৫ বিধ ঢেকীয়াহে উপলব্ধ আছে।

ঢেকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন,
এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়।
ঢেকীয়াৰ উপকাৰিতাঃ
ঢেকীয়াই লিভাৰৰ অসুখ নিৰাময় কৰে।
ঢেকীয়াই জণ্ডিচ, টিউমাৰ, ভাইৰাচজনিত ৰোগ নিৰাময় কৰে।
ঢেকীয়াত থকা কেলচিয়াম, ফচফৰাছ হাড়ৰ গঠনৰ বাবে উপকাৰী।
ঢেকীয়াৰ বাতনাশক গুণ আছে।
ঢেকীয়া মহিলাৰ স্তন ৰোগৰ বাবে অতিকৈ উপকাৰী।প্ৰসৱৰ পিছত হোৱা স্তনৰ বিষ, স্তনাগ্ৰ ফাটি যোৱা আৰু মাতৃদুগ্ধৰ উন্নতি ঘটায়।
ঢেকীয়াই বক্ষৰোগ, কাঁহ –শ্বাসজনিত ৰোগ,হাওঁফাওঁৰ কৰ্কটৰোগ প্ৰতিৰোধ কৰে।
ঢেকীয়া ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।
ঢেকীয়াই শক্তিবৰ্ধক আৰু যৌনদূৰ্বলতা আঁতৰাই।
ঢেকীয়া মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সন (UTI)ত উপকাৰী।
ঢেকীয়াই ফিটা পেলু নাশ কৰে।
ঢেকীয়াৰ শিপাৰ গুড়িৰ পাউদাৰ লগালে ঘা শুকায় ৷
ঢেকীয়াই কোষ্ঠকাঠিন্য দুৰ কৰে।
ঢেকীয়াত থকা ভিটামিন এয়ে দৃষ্টিশক্তিৰ উন্নতি কৰে।
ঢেকীয়াত থকা পটিচিয়ামে উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰে।
ঢেকীয়া শাকত বিকিৰণ ৰোধক গুণ আছে।
ঢেকীয়াৰ শিপাৰ চাহ বনাই খালে হাওঁফাওঁত অক্সিজেনৰ প্ৰবাহ ভাল হয় ৷ উশাহ লোৱাৰ কষ্ট দূৰ হয় ৷

Tags: dhekia sakhealth benefit
Previous Post

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান

Next Post

হাফ পেণ্টৰ বিতৰ্কৰ পিছতেই এইবাৰ লুঙী পিন্ধি পৰীক্ষাত বহিল পৰীক্ষাৰ্থী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
হাফ পেণ্টৰ বিতৰ্কৰ পিছতেই এইবাৰ লুঙী পিন্ধি পৰীক্ষাত বহিল পৰীক্ষাৰ্থী

হাফ পেণ্টৰ বিতৰ্কৰ পিছতেই এইবাৰ লুঙী পিন্ধি পৰীক্ষাত বহিল পৰীক্ষাৰ্থী

ৰাজঘাটত জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি

ৰাজঘাটত জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি

বিজয়ঘাটত প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীলৈ শ্ৰদ্ধাঞ্জলি

বিজয়ঘাটত প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীলৈ শ্ৰদ্ধাঞ্জলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8