কালি ফ্ৰাঞ্চৰ পৰা ভাৰতত আহি উপস্থিত হ’ল ৰাফেল বিমানৰ পঞ্চমটো দল।
এক টুইটযোগে এই কথা প্ৰকাশ কৰিছে ভাৰতীয় বায়ু সেনাই।
After a direct ferry from #MerignacAirBase, France, the 5th batch of Rafales arrived in India on 21 Apr. The fighters flew a distance of almost 8,000Kms with air-to-air refuelling support by @Armee_de_lair and UAE AF. IAF thanks both the Air Forces for their co-operation. pic.twitter.com/jp81vODCp2
— Indian Air Force (@IAF_MCC) April 21, 2021
ভাৰতীয় বায়ুসেনা বাহিনীয়ে জনাই যে “ফ্ৰান্সৰ মেৰিগনাক বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ উৰা মাৰি ২১ এপ্ৰিলত ৰাফেল বিমানৰ পঞ্চম দলটো ভাৰতত আহি উপস্থিত হৈছে।
ৰাফেল যুঁজাৰু বিমান সমূহে প্ৰায় ৮০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে যাৰ বাবে ফ্ৰাঞ্চ আৰু ইউএই বায়ুসেনাই ভ্ৰমণৰ সময়ত বিমানখনত ইন্ধন যোগান ধৰে।
ভাৰতীয় বায়ুসেনাৰ ফালৰ পৰা ২খন দেশৰ বায়ুসেনাৰ সহযোগিতাৰ বাবে ধন্যবাদ।”
Photo Credit :Google