অসম আৰক্ষীৰ তৎপৰতাত অৱশেষত ধৰাপৰিল উজানবজাৰত সংঘটিত অষ্টম শ্ৰেণীৰ ছাত্ৰী ডিম্পল হত্যাকাণ্ডৰ মুল অভিযুক্তক। সম্পৰ্কীয় ভাতৃয়ে হত্যা কৰিছিল ১৪ বছৰীয়া কিশোৰী ডিম্পলক।
ভাতৃ আৰু ডিম্পলৰ মাজত বিবাদৰ সৃষ্টি হৈছিল।
ভাতৃয়ে হত্যাৰ পিছত লুকুৱাই ৰখা, ম’বাইল ফোন আৰু চিম কাৰ্ড আৰক্ষীয়ে উদ্ধাৰ কৰিছে।
অভিযুক্ত ভাতৃয়ে ভগ্নি ডিম্পলক হত্য়া কৰা বুলি স্বীকাৰ কৰিছে।