• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

Breaking: ফটকা ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ; এই বিস্ফোৰণে কাঢ়িলে ১১জনৰ প্ৰাণ

Manoranjan Majumder by Manoranjan Majumder
February 12, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
Fire
Share on FacebookShare on Twitter

শুকুৰবাৰে তামিলনাডুৰ বিৰুধুনগৰত এটা ফটকা ফেক্টৰীত সংঘটিত হোৱা অগ্নিকাণ্ডত বৰ্তমানলৈ মৃতকৰ সংখ্যা বৃদ্ধি হৈ হৈছে ১১জন।

আনহাতে ৩৬জন লোক গুৰুতৰভাৱে আহত হয়। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা মৃতকৰ পৰিয়াললৈ ৩ লাখ টকাৰ ক্ষতিপূৰণষ লগতে আহত লোকসকললৈ ১ লাখ টকাৰ কথা ঘোষণা কৰিছে।

ফটকা ফেক্টৰীত হোৱা অগ্নিকাণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোকপ্ৰকাশ কৰিছে।

তেওঁ টুইটাৰযোগে ক’লে যে- তামিলনাডুৰ বিৰুধুনগৰত ফটকা ফেক্টৰীত অগ্নিকাণ্ডৰ ঘটনা যথেষ্ট দুখঃজনক।

এই দুখৰ সময়ত মোৰ সমবেদনা আছে মৃতকৰ পৰিয়াললৈ।

An ex-gratia of Rs. 2 lakh each has been approved from PMNRF for the next of kin of those who have lost their lives due to a fire in Virudhunagar, Tamil Nadu. Rs. 50,000 would be given to those seriously injured.

— PMO India (@PMOIndia) February 12, 2021

মই আশা কৰো যে আহতসকল শীঘ্ৰে সুস্থ হৈ উঠক।

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ৰেহাই কোষৰ পৰা বিৰুধনগৰ অগ্নি দুৰ্ঘটনাটোত মৃত পৰিয়ালসকলক ২-২ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছে।

ইয়াৰ লগতে, যিসকল গুৰুতৰভাৱে আহত হৈছে তেওঁলোকক ৫০ হাজাৰকৈ দিয়া হ’ব।

ইফালে ঘটনাটোক লৈ ৰাহুল গান্ধীয়ে ৰাজ্য চৰকাৰৰ ফালৰ পৰা তৎকালীভাৱে সহায়ৰ আহ্বান জনায়।

তেওঁ টুইটাৰযোগে কয় যে- তামিলনাডুৰ ফটকাত পীড়িত পৰিয়াললৈ হৃদয়ৰ পৰা সমবেদনা জ্ঞাপন কৰিছো।

Photo: Google

Tags: BlastTamilnaduতামিলনাডুফটকা ফেক্টৰীবিস্ফোৰণ
Previous Post

‘Rivers of Gold’:মহাকাশৰ পৰা সোণৰ দৰে জিলিকে আমাজন

Next Post

বশিষ্ঠত ‘অসম জল ভৱন’ৰ শুভ উদ্বোধন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
assam water centre

বশিষ্ঠত 'অসম জল ভৱন'ৰ শুভ উদ্বোধন

গুৱাহাটীৰ ফুটপাথত কন্যাক লৈ মাতৃৰ দেহ ব্যৱসায়…

গুৱাহাটীৰ ফুটপাথত কন্যাক লৈ মাতৃৰ দেহ ব্যৱসায়...

radio

বিশ্ব ৰেডিঅ' দিৱস ২০২১; 'বিৱৰ্তন, উদ্ভাৱন আৰু সংযোগ' এই বৰ্ষৰ থিম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8