• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শোচনীয় ৰাজ্যৰ বান পৰিস্থিতিঃ আক্ৰান্ত প্ৰায় ৭.১২ লাখ লোক

নিউজ ডেস্ক by নিউজ ডেস্ক
May 21, 2022
in সংবাদ, অসম
1 min read
0
শোচনীয় ৰাজ্যৰ বান পৰিস্থিতিঃ আক্ৰান্ত প্ৰায় ৭.১২ লাখ লোক
Share on FacebookShare on Twitter

বছৰৰ প্ৰথমটো বান তথা ভূমিস্খলনে ভয়াৱহ ৰূপ লোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ হাফলঙত ভূমিস্খলনে অত্যন্ত ভয়াৱহ ৰূপ গ্ৰহণ কৰাত বিপৰ্যস্ত হৈছে অসমৰ জনজীৱন৷ এইপৰ্যন্ত ২৯খন জিলাত আক্ৰান্ত হৈছে প্ৰায় ৭.১২ লাখ লোক৷ অসমৰ বছৰৰ প্ৰথমটো বান আৰু ভূমিস্খলনত শেহতীয়াকৈ আৰু চাৰিজন লোকৰ মৃত্যু হোৱাত মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি পালে৷ অপৰিৱৰ্তিত বান পৰিস্থিতি শুকুৰবাৰে অতি ভয়ংকৰ হৈ পৰিছিল আৰু চাৰিজন লোকৰ জলপ্লাৱনত মৃত্যু হৈছিল। আনহাতে কাছাৰ জিলাত দুজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে লখিমপুৰ আৰু নগাঁৱত এজনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে, প্ৰভাৱিত ২৯খন জিলাৰ ২,২৫১খন গাঁৱত মুঠ ৮০০৩৬.৯০ হেক্টৰ শস্য পথাৰ ক্ষতিগ্ৰস্ত হৈছে। ২৩৪টা সাহায্য শিবিৰত ৭৪,৭০৫জনৰো অধিক লোকে আশ্ৰয় লৈছে। ক্ষতিগ্ৰস্ত জিলাবোৰ হৈছে বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চাৰিদেউ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাচাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ, কামৰূপ মেট্ৰ’পলিটান, কাৰ্বি আংলং পশ্চিম, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী ইত্যাদি৷
আনহাতে, ভাৰতীয় বায়ু সেনাৰ সহায়ত বিগত দুদিনত সৰ্বাধিক ক্ষতিগ্ৰস্ত ডিমা হাচাও জিলালৈ ২৪ মেট্ৰিক টন খাদ্য সামগ্ৰী পৰিবহণ কৰাৰ সময়ত মুঠ ২৬৯জন আৱদ্ধ লোকক উদ্ধাৰ কৰা হৈছে। ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক বিনামূলীয়া সকাহ মুকলি কৰাৰ বাবে কাছাৰ আৰু ডিমা হাচাও জিলাক অতিৰিক্ত ২ কোটি টকাকৈ আৱণ্টন দিছে।
ইউনিচেফে বান সাহায্য কায্য নিৰীক্ষণৰ বাবে কাছাৰ, হোজাই, দৰং, বিশ্বনাথ, নগাঁও, মৰিগাঁও আৰু ডিমা হাচাওৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক সহায় কৰিবলৈ কাৰিকৰী বিশেষজ্ঞ আৰু পৰামৰ্শদাতাৰ সাতটা দল মোতায়েন কৰিছে। পাহাৰীয়া জিলাৰ দূৰৱৰ্তী অঞ্চলসমূহৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে ভঙা যোগাযোগ প্ৰণালীবোৰ পুনৰুদ্ধাৰকৰাৰ বাবেও ইতিমধ্যে পদক্ষেপ লোৱা হৈছে বুলি প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে।

Previous Post

আজি অৰুণাচল প্রদেশলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

Next Post

মৰিয়নিত সাংসদ-বিধায়কৰ সুমতি কামনাৰে ৰাইজে পাতিলে যজ্ঞ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মৰিয়নিত সাংসদ-বিধায়কৰ সুমতি কামনাৰে ৰাইজে পাতিলে যজ্ঞ

মৰিয়নিত সাংসদ-বিধায়কৰ সুমতি কামনাৰে ৰাইজে পাতিলে যজ্ঞ

বানপানীৰ মাজত ছেলফি ল’বলৈ যোৱা যুৱকক উটুৱাই লৈ গ’ল প্ৰৱল সোঁতে

বানপানীৰ মাজত ছেলফি ল'বলৈ যোৱা যুৱকক উটুৱাই লৈ গ'ল প্ৰৱল সোঁতে

শ্বীনা বৰা এতিয়াও জীয়াই আছে! ইন্দ্ৰাণী মুখাৰ্জীয়ে কি কয়

শ্বীনা বৰা এতিয়াও জীয়াই আছে! ইন্দ্ৰাণী মুখাৰ্জীয়ে কি কয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8