• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰসংগঃ কেন্দ্ৰীয় বাজেট;  শাসক-বিৰোধী পক্ষ দুই মেৰুত অৱস্থান

Manoranjan Majumder by Manoranjan Majumder
February 2, 2021
in অসম, ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
প্ৰসংগঃ কেন্দ্ৰীয় বাজেট;  শাসক-বিৰোধী পক্ষ দুই মেৰুত অৱস্থান
Share on FacebookShare on Twitter

 নিউজ ডেস্কঃ সোমবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰা ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটক লৈ সমগ্ৰ দেশৰ লগতে অসমতো এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ৷

বাজেটখনক লৈ এতিয়া বিৰোধী আৰু শাসক পক্ষই দুই মেৰুত অৱস্থান কৰিছে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কেন্দ্ৰীয় বাজেটখনক জনমুখী,উন্নয়নমুখী বুলি অভিহিত কৰি উষ্ম আদৰণি জনাইছে ৷

আনহাতে বিৰোধী দল কংগ্ৰেছ, এ আই ইউ ডি এফ, অসম জাতীয় পৰিষদে বাজেটখন ফোঁপোলা,হতাশজনক বুলি আখ্যা দি সমালোচনা কৰিছে ৷

সোমবাৰে নতুন দিল্লীত এখন সংবাদমেলত পি চিদম্বৰমে কয় য়ে বিত্ত মন্ত্ৰীয়ে  দেশৰ জনতাক বিশ্বাসঘাতকতা কৰিলে ৷

সেইদৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে বাজেটখনক সমোলচনা কৰি কয় যে মোডী চৰকাৰ পুঁজিপতিক সন্তুষ্ট কৰাত ব্যস্ত হৈছে ৷

Tags: Chief Minister Sarbananda SonowalNirmala SitharamanRahul Gandhi
Previous Post

প্ৰজ্ঞান ভাৰতী আঁচনি আৰু ভাষা গৌৰৱ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Next Post

৬ ফেব্ৰুৱাৰীত দেশজোৰা পথ বন্ধ ঘোষণা ভাৰত কিষাণ ইউনিয়নৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
road close

৬ ফেব্ৰুৱাৰীত দেশজোৰা পথ বন্ধ ঘোষণা ভাৰত কিষাণ ইউনিয়নৰ

এখন ফটো; ফটোখনে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত, কাৰণ…

এখন ফটো; ফটোখনে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত, কাৰণ...

ৰহস্যজনকভাৱে নৈ পাৰৰ বালিত ওলাল মৰাণাস্ত্ৰ

ৰহস্যজনকভাৱে নৈ পাৰৰ বালিত ওলাল মৰাণাস্ত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8