• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ফুটবলৰ মহানায়ক পেলেৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 30, 2022
in সংবাদ, ক্ৰীড়া, ৰাষ্ট্ৰীয়
1 min read
0
৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ফুটবলৰ মহানায়ক পেলেৰ
Share on FacebookShare on Twitter

ব্ৰাজিলৰ মহান ফুটবলাৰ পেলেই ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ আছিল তিনিবাৰ বিশ্বকাপ জয় কৰা একমাত্ৰ খেলুৱৈ, যিয়ে ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত বিশ্বকাপ জয় কৰিছিল।

কেঞ্চাৰ ৰোগত আক্ৰান্ত হোৱা পেলে দীৰ্ঘদিন ধৰি কেমোথেৰাপি লৈ আছিল। ২৯ নৱেম্বৰত শ্বাস–প্ৰশ্বাসত কষ্ট পোৱাৰ পিছতে ছাও পাওলোৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ১৯৪০ চনৰ ২৩ অক্টোবৰত জন্মগ্ৰহণ কৰিছিল এডছন আৰান্তেছ ডো নাছিমেণ্টোৱে, যাক সমগ্ৰ বিশ্বই ‘পেলে’ নামেৰে জানে। পিতৃৰ পৰা ফুটবল শিকা পেলেই তিনিবাৰকৈ বিশ্বজয় কৰিবলৈ সক্ষম হৈছিল।

ব্ৰাজিলৰ মিনছ গেৰেছ ৰাজ্যত জন্মগ্ৰহণ কৰা মহান খেলুৱৈগৰাকী এতিয়ালৈ ছেলেকাঅ’ৰ বাবে সৰ্বাধিক গ’ল কৰা খেলুৱৈ। তেওঁ ৯৫খন মেচত ৭৭ গ’ল কৰিছে। ফিফাৰ দ্বাৰা তেওঁক ‘দ্য গ্ৰেটেষ্ট’ নামেৰে বিভূষিত কৰা হৈছিল। ফুটবল খেলুৱৈ হিচাপে পেলেৰ কেৰিয়াৰ খুব কম বয়সতে আৰম্ভ হৈছিল। পেলেই ১৫ বছৰ বয়সত ছান্তোষৰ ফালৰ পৰা ফুটবল খেলা আৰম্ভ কৰিছিল আৰু ১৬ বছৰ বয়সত ব্ৰাজিলৰ ৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত হৈছিল।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

১০০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰধানমন্ত্ৰী মোডীৰ মাতৃ হীৰাবেনৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
১০০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰধানমন্ত্ৰী মোডীৰ মাতৃ হীৰাবেনৰ

১০০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰধানমন্ত্ৰী মোডীৰ মাতৃ হীৰাবেনৰ

মটৰ সংযুক্ত ৰিক্সাৰ পৰা বিচ্ছিন্ন কৰিব লাগিব মটৰ! গুৱাহাটী পৌৰ নিগমৰ জাননী

মটৰ সংযুক্ত ৰিক্সাৰ পৰা বিচ্ছিন্ন কৰিব লাগিব মটৰ! গুৱাহাটী পৌৰ নিগমৰ জাননী

বনভোজলৈ যাব নেকি? জানি লওক প্ৰশাসনৰ নীতি–নিৰ্দেশনা!

বনভোজলৈ যাব নেকি? জানি লওক প্ৰশাসনৰ নীতি–নিৰ্দেশনা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8