• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বন বিভাগ আৰু CRPF ৰ যৌথ উদ্যোগত গছপুলি ৰোপণ – বিতৰণ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 5, 2022
in সংবাদ, অসম
1 min read
0
বন বিভাগ আৰু CRPF ৰ যৌথ উদ্যোগত গছপুলি ৰোপণ – বিতৰণ
Share on FacebookShare on Twitter

অসম চৰকাৰৰ বন বিভাগৰ উদ্যোগত পহিলা জুলাইৰ পৰা ৰাজ্যজুৰি চলি আছে বন মহোৎসৱ সপ্তাহ। অহা ৭ জুলাইত সামৰণি পৰিবলগীয়া সপ্তাহৰ লগত সংগতি ৰাখি বন সংমণ্ডল আৰু আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ উদ্যোগত ছাত্ৰ – ছাত্রীকে ধৰি ৰাইজৰ মাজত পৰিৱেশ সচেতনতা সৃষ্টিৰ বাবে গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী চলি আছে। আনহাতে বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি আজি খানাপাৰা প্ৰাথমিক বিদ্যালয় চৌহদত পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়াৰ তত্বাৱধানত গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয় আৰু CRPFৰ খানাপাৰা ইউনিটৰ যৌথ উদ্যোগত গছপুলি বিতৰণ আৰু ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় গছপুলি ৰোপণ – বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক জন ৰঞ্জন দাস, গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱা, চি আৰ পি এফৰ খানাপাৰা ইউনিটৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় সিং আৰু খানাপাৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰমেন তালুকদাৰে। আনহাতে কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন প্ৰজাতিৰ প্ৰায় ২০০ টা গছপুলি ৰাইজৰ মাজত বিতৰণ কৰাৰ লগতে বিদ্যালয় চৌহদ আৰু কাষৰীয়া স্থানত প্ৰায় ১৫০ টা গছপুলি ৰোপণ কৰা হয় ।

Previous Post

NCC ৰ বায়ু শাখাৰ জুনিয়ৰ কেডেটৰ উদ্যোগত বানাক্ৰান্তক সাহায্য বিতৰণ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

ভূপেন বৰা এজন পাগল! বৰাৰ বাবেই অসমত কংগ্ৰেছৰ নাও ডুবিছেঃ আজমল

ভূপেন বৰা এজন পাগল! বৰাৰ বাবেই অসমত কংগ্ৰেছৰ নাও ডুবিছেঃ আজমল

নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত ৬ জন, আহত ২০!

নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত ৬ জন, আহত ২০!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8