• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বন বিভাগৰ কেজুৱেল শ্ৰমিকক শীঘ্ৰে ফিক্সড পে সহ নিযুক্তি আৰম্ভ কৰাৰ দাবী

নিউজ ডেস্ক by নিউজ ডেস্ক
July 8, 2022
in সংবাদ, অসম, চাকৰি
1 min read
0
বন বিভাগৰ কেজুৱেল শ্ৰমিকক শীঘ্ৰে ফিক্সড পে সহ নিযুক্তি আৰম্ভ কৰাৰ দাবী
Share on FacebookShare on Twitter

সদৌ অসম বন বিভাগ কেজুৱেল শ্ৰমিক সন্থাৰ এখন জৰুৰী সাধাৰণ সভা ৬ জুলাইত বন বিভাগৰ পাঞ্জাবাৰীস্থিত মুখ্য কাৰ্যালয় ” অৰণ্য ভৱন”ৰ কৰ্মচাৰী ভৱনত অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৭৫ জনৰো অধিক বেতন বঞ্চিত কেজুৱেল শ্ৰমিকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে সন্থাৰ সভাপতি চিকণ ডেকাই আৰু উদ্দেশ্যে বাখ্যা কৰে সম্পাদক ধনঞ্জয় দাসে। সভাত পূৰ্বতে বিভিন্ন কাৰণত বাদ পৰি যোৱা ১৯৯৩ চনৰ পহিলা এপ্ৰিলৰ পূৰ্বে নিযুক্তি প্ৰাপ্ত কেজুৱেল বন শ্ৰমিকক ফিক্সড পে সহ শীঘ্ৰে নিযুক্তি প্ৰদান কৰাৰ দাবী জনোৱা হয়।

বিশেষকৈ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অনুমোদন দিয়াৰ পাছতো এই পৰ্যন্ত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ নকৰা, দৰমহা বঞ্চিত কেজুৱেল শ্ৰমিকসকলে ভোগ কৰি অহা সমস্যাৰ বিষয়ে সভাত বিতং আলোচনা কৰি শীঘ্ৰে সমাধানৰ বাবে বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক অনুৰোধ জনোৱা হয়। উল্লেখযোগ্য যে একেটা নিৰ্দেশৰ ভিত্তিত যোৱা জানুৱাৰী মাহত বি টি এ ডিৰ কেবাটাও বন সংমণ্ডলত প্ৰায় ১৬৫ জন বেতন বঞ্চিত কেজুৱেল বন শ্ৰমিকক ফিক্সড পে সহ নিযুক্তি দিয়া হয় যদিও ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বন সংমণ্ডল সমূহত এই পৰ্যন্ত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ নকৰাত কেজুৱেল শ্ৰমিকসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

Previous Post

কনজাৰ্ভেটিভ পাৰ্টীৰ মুৰব্বীৰ পদৰ পৰা পদত্যাগ বৰিছ জনছনৰ!

Next Post

ব্ৰেজাৰ নতুন মডেল মুকলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ!

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
ব্ৰেজাৰ নতুন মডেল মুকলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ!

ব্ৰেজাৰ নতুন মডেল মুকলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ!

হাৰিয়ানাত ৰাষ্ট্ৰীয় ছিনিয়ৰ কাবাডী; অসমৰ পুৰুষ কাবাডী দল ঘোষণা

হাৰিয়ানাত ৰাষ্ট্ৰীয় ছিনিয়ৰ কাবাডী; অসমৰ পুৰুষ কাবাডী দল ঘোষণা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8