• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দৰমহাৰ মুখ নেদেখাকৈয়ে মৃত্যু বন বিভাগৰ বেতন বঞ্চিত কেজুৱেল বনকর্মী

নিউজ ডেস্ক by নিউজ ডেস্ক
December 14, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
ভুল চিকিৎসাৰ বলি! প্ৰসুতি মহিলা অধ্যাপিকাৰ মৃত্যুত নলবাৰীত উত্তেজনাময় পৰিস্থিতি
Share on FacebookShare on Twitter

অসম চৰকাৰৰ বন বিভাগৰ বিভিন্ন সংমণ্ডলত আজিও বেতন বিহীন ভাবে সেৱা আগবঢ়াই আহিছে কেইবা শতাধিক কেজুৱেল কর্মী তথা মাষ্টাৰৰোল শ্ৰমিক। মাহৰ পাছত মাহ ধৰি দৰমহা নাপায় তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি বিগত সময়চোৱাত ইতিমধ্যে ২০ জনতকৈ অধিক কেজুৱেল কর্মীৰ মৃত্যু হৈছে।

সেইদৰে ১১ ডিচেম্বৰৰ নিশা নিৰ্ধাৰিত হাৰত দৰমহা আৰু নিযুক্তি পত্ৰ নোপোৱাকৈয়ে চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত (GMCH) মৃত্যু হয় পবিত্ৰ হালৈ (৫০ ) নামৰ এজন কেজুৱেল বনকর্মীৰ। সদৌ অসম কেজুৱেল বন শ্ৰমিক সন্থাৰ কোষাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি অহা নলবাৰীৰ মুকালমুৱাৰ বাসিন্দা, বন বিভাগৰ গুৱাহাটী সামাজিক বন সংমণ্ডলৰ অধীনৰ বকো আঞ্চলিক বন বিষয়া কাৰ্যালয়ত পূৰ্বতে কাম কৰা পবিত্ৰ হালৈ বিগত প্ৰায় দুসপ্তাহ ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ GMCH ত চিকিৎসাধীন হৈ আছিল। ইয়াৰ পূৰ্বে তেওঁ গুৱাহাটীৰ আৰ্য হস্পিতালত চিকিৎসাধীন হৈ আছিল যদিও পৰিয়ালৰ লোকে ধনৰ অভাৱত ২৮ নৱেম্বৰত তেওঁক GMCHত ভৰ্তি কৰাইছিল।

আনহাতে সদৌ অসম কেজুৱেল বনকর্মী সন্থাৰ সভাপতি চিকন ডেকা, সম্পাদক ধনঞ্জয় দাস, সহকাৰী সম্পাদক ৰজনী ডেকা, উপদেষ্টা অমৃত বড়ো, কাৰ্যকৰী সদস্য দিলীপ কলিতাই (চক্ৰ) এটা বিবৃতিত এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বেতন বঞ্চিত প্ৰয়াত কেজুৱেল বনকর্মী পবিত্ৰ হালৈৰ পৰিয়ালক এককালীন সাহায্য প্ৰদানৰ লগতে দুই পুত্ৰৰ এজনক বন বিভাগত নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। একেটা দাবীতে সন্থাই মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীক পূৰ্বতে বিভাগীয় হেমাহিৰ বাবে বিভিন্ন কাৰণত বাদ পৰি যোৱা বেতন বঞ্চিত কেজুৱেল বন শ্ৰমিক সকলক শীঘ্ৰে নিৰ্ধাৰিত হাৰত বা ফিক্সড পেত দৰমহা প্ৰদান কৰি তেওঁলোকৰ চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনায়।

Previous Post

পশ্চিম গুৱাহাটীৰ উমশ্ৰুত চকু চিকিৎসা শিবিৰ

Next Post

৩ বছৰত অৰুণাচলৰ ৬ কি:মি: মাটি দখল চীনৰ!

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
৩ বছৰত অৰুণাচলৰ ৬ কি:মি: মাটি দখল চীনৰ!

৩ বছৰত অৰুণাচলৰ ৬ কি:মি: মাটি দখল চীনৰ!

সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত

বোকাজানত শোকাৱহ পথ দুৰ্ঘটনা

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8