আজি অতি সংকটজনক অৱস্থাত হাস্পতালত ভৰ্ত্তি কৰা হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বর্মনক।
স্বাস্থ্যৰ অতি দ্ৰুত গতিত স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী জনক।
৮৯ বছৰত ভৰি দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী জনক বৰ্তমান ৰখা হৈছে ভেন্টিলেটৰত।
দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল ডাঃ বৰ্মনে।
ভূমিধৰ বর্মন ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিক নেতা আছিল
।অতি কম দিনৰ ভিতৰত দুবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল।
প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ অসুস্থতাৰ বাতৰি পাই অসমবাসীয়ে তেওঁ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে।
Photo Credit: Google