• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া ক’ভিড পজিটিভ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 15, 2022
in সংবাদ, অসম
1 min read
0
অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া ক’ভিড পজিটিভ
Share on FacebookShare on Twitter

সমগ্ৰ দেশতে ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ ঘটিছে, সেইদৰে অসমতো ক’ভিড ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। সাধাৰণ লোকৰ উপৰিও অসমৰ বহুতো বিশিষ্ট ব্যক্তি তথা অসম আৰক্ষীৰ বহুকেইজন বিষয়াও ক’ভিডত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। শেহতীয়াকৈ, অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াও ক’ভিড-১৯ত আক্ৰান্ত হৈছে।
কিছুদিন ধৰি তেওঁৰ সামান্য জ্বৰ- চৰ্দি অনুভৱ হৈ আছিল। সন্দেহবশতঃ পৰীক্ষা কৰোৱাত তেওঁ পজিটিভ বুলি গম পায়। অৱশ্যে, ক’ভিডৰ মৃদু লক্ষণ দেখুওৱাৰ পিছৰে পৰা শইকীয়াই নিজকে পৃথক কৰি ৰাখিছে বুলি জনা গৈছে। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিি।ৰ

Previous Post

গুৱাহাটীৰ NCCৰ বায়ু শাখাৰ কেডেট নেপো মৈৰাংথেমৰ IMF একাডেমীত বায়ু সেনাৰ ফ্লায়িং অফিচাৰ পদত যোগদান

Next Post

আজাৰা-ৰাণীৰ মধ্যৱৰ্তী বাক্ৰাপাৰাত নিৰ্মাণ হ’ব ষ্টেডিয়াম সহ বহুমুখী ক্ৰীড়া প্ৰকল্প

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজাৰা-ৰাণীৰ মধ্যৱৰ্তী বাক্ৰাপাৰাত নিৰ্মাণ হ’ব ষ্টেডিয়াম সহ বহুমুখী ক্ৰীড়া প্ৰকল্প

আজাৰা-ৰাণীৰ মধ্যৱৰ্তী বাক্ৰাপাৰাত নিৰ্মাণ হ'ব ষ্টেডিয়াম সহ বহুমুখী ক্ৰীড়া প্ৰকল্প

তিনিবছৰত ১০০ কোটিৰো অধিক জৰিমনা সংগ্ৰহ পৰিবহন বিভাগৰ

উৰুকাৰ নিশা মহানগৰত সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু দিলে ৪৮ টা গোচৰত

আজি শিল্পী দিৱস…

আজি শিল্পী দিৱস...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8