• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অইল ইণ্ডিয়া লিমিটেডৰ গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন

নিউজ ডেস্ক by নিউজ ডেস্ক
June 22, 2022
in সংবাদ, অসম, গুৱাহাটী, ব্যৱসায়
1 min read
0
অইল ইণ্ডিয়া লিমিটেডৰ গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন
Share on FacebookShare on Twitter

অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটীৰ বামুনিমৈদানত গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে এখন ফলক উন্মোচন কৰি এক আধাৰশিলা স্থাপন কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰামেশ্বৰ তেলী, মাননীয় ৰাজ্যিক মন্ত্ৰী, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিয়োগ, ভাৰত চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালনা সমিতিৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰি ফলক উন্মোচন কৰে।

Happy to unveil a plaque to mark laying of foundation stone for Oil India Ltd’s office-cum-Skill Development Institute in Guwahati.

The office-cum-institute will be built at a cost of ₹200 cr on a plot of 5-bigha land given by GoA on a long-term lease. pic.twitter.com/3ucC58fvjo

— Himanta Biswa Sarma (@himantabiswa) June 22, 2022

ভৱন নিৰ্মাণৰ কাম হ’বলগীয়া মাটিখিনি অসম চৰকাৰে দীৰ্ঘম্যাদী পট্টাৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডক আবণ্টন দিছিল। অইল ইণ্ডিয়া লিমিটেড আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ গুৱাহাটী কাৰ্যালয় স্থাপনৰ প্ৰক্ৰিয়া সঠিকভাৱে আৰম্ভ হৈছে আৰু প্ৰাক-নিৰ্মাণৰ কাম-কাজ বহু পৰিমাণে সম্পূৰ্ণ হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ নাৰেংগীত থকাৰ বাবে ইতিমধ্যে গুৱাহাটীত অইলৰ উপস্থিতি আছে যদিও বামুনিমৈদানত গুৱাহাটী কাৰ্যালয় স্থাপন কৰাৰ ফলত গুৱাহাটীত অইল ইণ্ডিয়া লিমিটেডৰ উপস্থিতি আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

একেদৰে একেটা স্থানতে এটা দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰিলে স্থানীয় যুৱক-যুৱতীসকলে বিভিন্ন ব্যৱসায়ত দক্ষতা বিকাশৰ বাবেও যথেষ্ট সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে, আৰু এনেদৰেই কোম্পানীটোৱে গুৱাহাটীৰ আশে-পাশে পৰিচালনা কৰা অন্যান্য দক্ষতা বিকাশ প্ৰতিষ্ঠানসমূহৰ উপৰিও যুৱক-যুৱতীসকলক নিয়োগযোগ্য কৰি তুলিছে।

Previous Post

অপহৰণঃ মহাৰাষ্ট্ৰলৈ উভতিল শিৱসেনাৰ বিসম্বাদী বিধায়ক!

Next Post

সুখবৰঃ এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত পুনৰ ব্ৰঞ্জ জয় অসমৰ চয়নিকাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সুখবৰঃ এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত পুনৰ ব্ৰঞ্জ জয় অসমৰ চয়নিকাৰ

সুখবৰঃ এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত পুনৰ ব্ৰঞ্জ জয় অসমৰ চয়নিকাৰ

অম্বুবাচীৰ সময়ত পথ-সুৰক্ষাৰ সকলো নীতি-নিয়ম মানি চলাৰ আহ্বান সহকাৰী পৰিবহণ আয়ুক্তৰ

অম্বুবাচীৰ সময়ত পথ-সুৰক্ষাৰ সকলো নীতি-নিয়ম মানি চলাৰ আহ্বান সহকাৰী পৰিবহণ আয়ুক্তৰ

অম্বুবাচীৰ ভক্তৰ বাবে কামাখ্যা ৰেল ষ্টেচন চৌহদত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিপনি মুকলি

অম্বুবাচীৰ ভক্তৰ বাবে কামাখ্যা ৰেল ষ্টেচন চৌহদত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিপনি মুকলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8