• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কুমাৰপাৰাত ভগৱানী দেৱী মৌৰ চেৰিটেবল ট্ৰাষ্টৰ বিনামূলীয়া এম্বুলেন্স সেৱা আৰম্ভ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 23, 2023
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
কুমাৰপাৰাত ভগৱানী দেৱী মৌৰ চেৰিটেবল ট্ৰাষ্টৰ বিনামূলীয়া এম্বুলেন্স সেৱা আৰম্ভ
Share on FacebookShare on Twitter

দৰিদ্ৰ আৰু আৰ্তজনক সহায়ৰ উদ্দেশ্যে স্থাপন কৰা ভগৱানী দেৱী মৌৰ চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত আজি গুৱাহাটীত বিনামূলীয়া এম্বুলেন্স সেৱা আৰম্ভ কৰা হয়। গুৱাহাটী কুমাৰপাৰাৰ শ্ৰী শ্ৰীৰাজহুৱা নামঘৰত অনুষ্ঠিত এক অনুষ্ঠানত শ্ৰী শ্ৰীৰাজহুৱা নামঘৰ সত্ৰৰ মুখ্য সেৱক আৰু গুৱাহাটী জিলাসত্ৰ মহাসভাৰ সম্পাদক সনাতন দাস , বকোৰ আউনীহাটী সত্ৰৰ সত্ৰাধিকাৰ থানেশ্বৰ দাস অধিকাৰী আৰু সদৌ অসম শঙ্কৰ-মাধৱ দিহানাম সামিতিৰ সভাপতি গণেশ দাসে এই সেৱা আৰম্ভ কৰে। প্ৰয়াত মাতৃ ভগৱানী দেৱী মৌৰৰ নামেৰে নামকৰণ কৰা বিনামুলীয়া এই এম্বুলেন্স সেৱা সমাজকর্মী নৱৰাং লাল মৌৰ আৰু ঘনশ্যাম দাস মৌৰে ৰাইজৰ বাবে উৎসৰ্গা কৰে।

উল্লেখ্য, প্রয়াত ভগৱানী দেৱী মৌৰৰ নাতি তথা বিশিষ্ট ব্যবসায়ী, সমাজকর্মী মুকেশ মৌৰে আইতাকৰ স্মৃতিত এই চেৰিটেবল ট্ৰাষ্ট স্থাপন কৰিছিল। চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ সময়ত জটিল ৰোগীক জৰুৰীকালীন চিকিৎসাৰ সহায় আগবঢ়াব পৰাকৈ এই এম্বুলেন্সখন সকলো সুবিধাৰে সজ্জিত কৰা হৈছে। যিসকলে এই বিনামূলীয়া এম্বুলেন্স সেবা লাভ কৰিব বিচাৰে তেওঁলোকে ৯৮৬৪০৯১৫৫৫ , ৯৮৬৪০৭৭৪২১, বা ৯৮৬৪১১৬৫১৩ নম্বৰত ডায়েল কৰি এই সুবিধা লাভ কৰিব পাৰিব। ভগৱানী দেৱী মৌব চেৰিটেবল ট্রাস্টে বিগত চাৰি বছৰ ধৰি চাবিপুলত নিঃস্ব আৰু দৰিদ্ৰ লোকক প্ৰতিদিনে বিনামূলীয়া খাদ্য যোগান ধৰা, ফটাশিল চাৰিআলিত বিনামূলীয়া চিকিৎসা পৰীক্ষা আৰু বিনামূলীয়া ঔষধৰ সৈতে ক্লিনিক চলোৱা, পানীৰ ফিল্টাৰ স্থাপন আদি বিভিন্ন দানশীল কাম কৰি আহিছে।

Previous Post

পাণ্ডুনাথ দেৱালয়ত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপনৰ আয়োজন

Next Post

গুৱাহাটী আৰ্টিষ্ট গীল্ডত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ ৱেবছাইট উন্মোচন

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
Next Post
গুৱাহাটী আৰ্টিষ্ট গীল্ডত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ ৱেবছাইট উন্মোচন

গুৱাহাটী আৰ্টিষ্ট গীল্ডত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ ৱেবছাইট উন্মোচন

লক্ষ্মীনাথ বেজবৰুৱাৰ কৰ্মভূমি সম্বলপুৰৰ সাধনা গৃহৰ নিৰ্মাণ কাৰ্য সম্পূর্ণ

লক্ষ্মীনাথ বেজবৰুৱাৰ কৰ্মভূমি সম্বলপুৰৰ সাধনা গৃহৰ নিৰ্মাণ কাৰ্য সম্পূর্ণ

১ ফেব্ৰুৱাৰীৰ পৰা পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ

১ ফেব্ৰুৱাৰীৰ পৰা পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8