যদি আপুনি LPG চিলিণ্ডাৰ বিনামূলীয়াকৈ পাব বিচাৰিছে তেন্তে আছে এক আকৰ্ষণীয় সুযোগ।
এটা বিশেষ অফাৰৰ আধাৰত ৩১ জানুৱাৰীৰ পূৰ্বে এলপিজি চিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব।
Paytmত উপলব্ধ এই বিশেষ অফাৰৰ আধাৰত আপুনি চিলিণ্ডাৰৰ সম্পূৰ্ণ দাম ঘূৰাই পাব পাৰে।
এই টকা আপুনি Paytmত ঘূৰাই পাব। জানো আহক কেনেদৰে এই অফাৰৰ সুবিধা লাভ কৰিব পাৰিব।
অফাৰটো হ’ল
LPG চিলিণ্ডাৰ কেৱল সেইসকল গ্ৰাহকেহে বিনামূলীয়াকৈ লাভ কৰিব যিসকল লোকে প্ৰথমবাৰৰ বাবে Paytmৰে গেছ চিলিণ্ডাৰ বুকিং কৰিব।
ইয়াৰ বাবে পোনপ্ৰথমে আপুনি আপোনাৰ ফোনত Paytm ডাউনলোড কৰিব লাগিব।
যদি আপুনি Paytmৰে LPG গেছ চিলিণ্ডাৰ বুক কৰে তেন্তে আপুনি সম্পূৰ্ণ টকা ঘূৰাই পাব।
আপুনি প্ৰায় ৭০০ টকাৰ কেছবেক পেটিএমত লাভ কৰিব।
চৰ্তাৱলী প্ৰযোজ্য
Paytmৰ এই অফাৰ ২০২১ৰ ৩১ জানুৱাৰীলৈহে বৈধ আৰু আপুনি ইয়াৰ সুবিধা তেতিয়ালৈহে উঠাব পাৰিব,
যেতিয়া আপোনাৰ বুকিং এমাউণ্ট ৫০০ টকা বা তাতকৈ অধিক হ’ব।
পেমেণ্ট কৰিলে আপুনি স্ক্ৰেছ কুপন বুকিঙৰ ২৪ ঘণ্টাৰ ভিতৰতে পাব, যেতিয়া আপুনি ৭ দিনৰ ভিতৰত খুলিব লাগিব।
কুপন স্ক্ৰেছ কৰাৰ পিছত আপুনি টকা পুনৰ ঘূৰাই পাব।
এনেদৰে উঠাওক অফাৰৰ সুযোগ
১.ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলত Paytm App ডাউনলোড কৰিব লাগিব।
২. ইয়াৰ পিছত Paytmত গৈ recharge and pay billsত যাব লাগিব।
৩. তাত book a cylinder অপচন নিৰ্বাচন কৰিব লাগিব।
৪. তাৰ পিছত ভাৰত গেছ, HP গেছ অথবা ইণ্ডেন, ইয়াৰে নিজৰ গেছ প্ৰভাইডাৰ নিৰ্বাচন কৰক।
৫. ইয়াৰ পিছত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ বা নিজৰ LPG ID দিয়ক।
৬. তাত আপুনি পেমেণ্ট অপচন দেখা পাব, য’ত পেমেণ্ট কৰাৰ পূৰ্বে অফাৰত ‘FIRSTLPG’ প্ৰ’ম’ কোড এণ্টাৰ কৰক।
Photo: Google