• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

লায়ন্স ক্লাব অৱ গুৱাহাটী চিটিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 12, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
লায়ন্স ক্লাব অৱ গুৱাহাটী চিটিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
Share on FacebookShare on Twitter

লায়ন্স ক্লাব অৱ গুৱাহাটী চিটিয়ে পল্টন বজাৰ বিষ্ণু জ্যোতি সংঘৰ সহযোগত আজি পল্টন বজাৰত স্থায়ী বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ পুনৰ আৰম্ভ কৰে। আনহাতে ক্লাৱৰ ডিষ্টিক্ট গৱৰ্ণৰ লায়ন বি এছ ৰাথোড়ৰ উপস্থিতিত স্বাস্থ্য পৰীক্ষা শিবিৰৰ শুভাৰম্ভ কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাইছ ডিস্ট্রিক্ট গৱৰ্ণৰ লায়ন সীমা গোৱেংকা, ৩১ নং ৱাৰ্ডৰ কাউন্সিলাৰ অধ্যাপক ৰত্না সিং, বিষ্ণুজ্যোতি সংঘৰ সভাপতি হেমন্ত কলিতা, ক্লাবৰ সভাপতি লায়ন দীপিকা আগৰৱালাৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানত ভাগ লৈ প্ৰজেক্ট চেয়াৰমেন লায়ন বিনোদ লোহিয়াই কয় ক্লাবটোৱে ১৯৯৫ চনতে এই শিবিৰ আৰম্ভ কৰি প্রায় ২৫ বছৰ ধৰি দৰিদ্ৰ লোকৰ চিকিৎসা সেৱা অব্যাহত ৰাখিছিল, অৱশ্যে তাৰ পিছত কভিড, চিকিৎসকৰ নাটনি আদিকে ধৰি বিভিন্ন কাৰণত শিবিৰটো বন্ধ হৈ আছিল।

১১ ডিচেম্বৰৰ পৰা এই স্থায়ী বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো পুনৰ আৰম্ভ কৰা হৈছে। প্ৰতিমাহৰ প্ৰথম আৰু তৃতীয় দেওবাৰে ডাঃ ডন পোলে আৱশ্যকীয় ব্যক্তি সকলৰ স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত কৰিব আৰু ক্লাবে দৰিদ্ৰ ব্যক্তিক বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰিব। গুৱাহাটীৰ ছাত্রিবাৰীস্থিত লায়ন্স আই হাস্পাতালত বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হব। আনহাতে শিবিৰৰ প্ৰথম দিনত প্ৰায় ২০জন ৰোগীক পৰীক্ষা কৰা হয় আৰু তেওঁলোকক ঔষধো বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত লায়ন বিকাশ আগৰৱালা, লায়ন সুশীল আগৰৱালা, লায়ন বিনোদ লোহিয়া, লায়ন অশোক কেDৱাগী, লায়ন নির্মল শ্যামসুখা, লায়ন ডাঃ জে পি মৌৰ, লায়ন সঞ্জয় সোণখালিয়া, লায়ন সঞ্জয় সাংগেনেৰিয়া, লায়ন বিকাশ গুপ্তাৰ লগতে ক্লাবৰ সদস্যসকল উপস্থিত থাকে আৰু শিবিৰটো সুচাৰুৰূপে পৰিচালনাত সহায় সহযোগ কৰে।

Previous Post

কালমণি নৈত পুনৰ জাৱৰ -যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ

Next Post

শংকৰদেৱ কলাক্ষেত্ৰত শ্বিলং বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ সম্পন্ন

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
শংকৰদেৱ কলাক্ষেত্ৰত শ্বিলং বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ সম্পন্ন

শংকৰদেৱ কলাক্ষেত্ৰত শ্বিলং বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ সম্পন্ন

জনসংযোগৰ বিৰুদ্ধে প্ৰীতি ক্ৰিকেট মেচত জয়লাভ মিডিয়া ছুপাৰ কিংছৰ

জনসংযোগৰ বিৰুদ্ধে প্ৰীতি ক্ৰিকেট মেচত জয়লাভ মিডিয়া ছুপাৰ কিংছৰ

গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8