• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক’ৰোনা সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

Manoranjan Majumder by Manoranjan Majumder
May 4, 2021
in জীৱনশৈলী, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ক’ৰোনা সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ
Share on FacebookShare on Twitter

দিল্লী ক’ৰোনা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

তাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে গ্ৰহণ কৰিছে বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ।

আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক সংবাদমেল আয়োজন কৰে।

উক্ত সংবাদমেল খনত মুখ্যমন্ত্ৰী জনে ঘোষণা কৰে যে,

দিল্লীৰ থকা প্ৰায় ৭২ লাখ ৰেচন কাৰ্ড থকা ব্যক্তিলৈ ২মাহৰ বাবে বিনামূলীয়া ৰেচন যোগান ধৰিব।

লগতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাই যে দিল্লীত থকা সকলো অটো চালক ,ৰিক্সা চালক, টেক্সী চালকলৈ চৰকাৰৰ ফালৰ পৰা ৫০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

দৰিদ্ৰ সকলক আৰ্থিক ভাৱে সকাহ প্ৰদান কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে দিল্লী চৰকাৰে।

লগতে স্পষ্টীকৰণ দিছে যে ২ মাহলৈ ৰেচন যোগান ধৰিলেও লকডাউন ২মাহলৈ বৃদ্ধি কৰাটো নুবুজায়।

Photo Credit : Google

Tags: Corona VirusDelhiআৰ্থিক সাহায্যদিল্লী চৰকাৰবিনামূলীয়া ৰেচন
Previous Post

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে জনাইছে লকডাউনৰ দাবী

Next Post

Swiggyৰ সিদ্ধান্ত, এতিয়াৰে পৰা সপ্তাহত ৪ দিন কাম কৰিব কৰ্মচাৰীসকলে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Swiggyৰ সিদ্ধান্ত, এতিয়াৰে পৰা সপ্তাহত ৪ দিন কাম কৰিব কৰ্মচাৰীসকলে

Swiggyৰ সিদ্ধান্ত, এতিয়াৰে পৰা সপ্তাহত ৪ দিন কাম কৰিব কৰ্মচাৰীসকলে

ক’ৰোনাৰ দ্ৰুত সংক্ৰমণ; বিহাৰত লকডাউনৰ ঘোষণা

ক'ৰোনাৰ দ্ৰুত সংক্ৰমণ; বিহাৰত লকডাউনৰ ঘোষণা

বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন আক্ৰান্ত হৈছে ক’ৰোনাত

বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন আক্ৰান্ত হৈছে ক'ৰোনাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8