• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমসহ উত্তৰ পূবত সঘনাই ভূমিকম্পৰ জোকাৰণি!

নিউজ ডেস্ক by নিউজ ডেস্ক
April 25, 2023
in সংবাদ, অসম, উত্তৰ পূৰ্বাঞ্চল
1 min read
0
অসমসহ উত্তৰ পূবত সঘনাই ভূমিকম্পৰ জোকাৰণি!
Share on FacebookShare on Twitter

অসমত বিগত কেইটামান দিনত ঘন ঘনকৈ আহি আছে মৃদু ভূমিকম্প। এই ধাৰা অব্যাহত ৰাখি মাত্ৰ ১৭ ঘণ্টাৰ বিৰতিত সোমবাৰে পুৱা এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্য জোকাৰি যায়। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি ভাৰতীয় মান সময় মতে আজি পুৱা ৭ বাজি ৪৭ মিনিট ১৪ চেকেণ্ডত প্ৰায় ১৩ চেকেণ্ড মান সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৩.৫ কম্পনাংক। আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল কামৰূপ জিলাৰ সীমান্তৰ মেঘালয়ৰ পশ্চিম খাচী পাহাৰ পাহাৰ জিলাৰ পাচ কিলোমিটাৰ গভীৰতাত উত্তৰ পূব কোণত ৫ কিলোমিটাৰ গভীৰতাত। অবশ্যে ভূমিকম্পটো মৃদু প্ৰাবল্যৰ হোৱা বাবে কতো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই। ইয়াৰ মাত্ৰ ১৭ ঘণ্টা পূৰ্বে কালি আবেলি ৩.৫ কম্পনাংকৰ মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। সেই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল গোৱালপাৰা জিলাৰ সমীপৰ মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলা। আনকি ১৭ এপ্ৰিলতো এটা ভূমিকম্পই জোকাৰি গৈছিল অসম আৰু মেঘালয়ৰ এক বিস্তীৰ্ণ অঞ্চল। উল্লেখযোগ্য যে বিগত সময়চোৱাত অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্য আৰু গাতে লগা ম্যানমাৰ সীমান্ততো কেবাটাও মৃদু আৰু মধ্যমীয়া প্ৰাব্যলৰ ভূমিকম্পই জোকাৰি গৈছে।

Previous Post

এছ.বি.আই. জেনেৰেলৰ দ্বাৰা স্বাস্থ্য সামগ্ৰী ‘হেল্থ এজ ইঞ্চিউৰেন্স’ মুকলি

Next Post

Ministry of I&B to organise National Conclave on MannKiBaat@100

Related Posts

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘কেঁচা ভূঁইৰ কঁপনি’ উন্মোচন
সংবাদ

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘কেঁচা ভূঁইৰ কঁপনি’ উন্মোচন

December 8, 2023
ডালমিয়া ভাৰত ফাউণ্ডেচনে অসমৰ লংকাত দীক্ষা প্ৰশিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰে এক সামৰণি অনুষ্ঠান
সংবাদ

ডালমিয়া ভাৰত ফাউণ্ডেচনে অসমৰ লংকাত দীক্ষা প্ৰশিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰে এক সামৰণি অনুষ্ঠান

December 8, 2023
গুৱাহাটীত জব্দ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, গ্ৰেপ্তাৰ ২ জন
ক্ৰাইম

গুৱাহাটীত জব্দ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, গ্ৰেপ্তাৰ ২ জন

December 8, 2023
চাৰ্টাৰ্ড একাউণ্টেণ্ট, চিকিৎসক, অধিবক্তাও হ’ব পাৰিব APSCৰ অধ্যক্ষ, সদস্য
সংবাদ

APSC কেলেংকাৰীঃ পুনৰ ২ ৰাজপত্ৰিত বিষয়াক SITৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ

December 7, 2023
বিকশিত ভাৰত সংকল্প যাত্ৰাই চৰকাৰী আঁচনিৰ সুবিধা সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰাটো সুনিশ্চিত কৰিছে
সংবাদ

বিকশিত ভাৰত সংকল্প যাত্ৰাই চৰকাৰী আঁচনিৰ সুবিধা সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰাটো সুনিশ্চিত কৰিছে

December 6, 2023
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
Next Post
Ministry of I&B to organise National Conclave on MannKiBaat@100

Ministry of I&B to organise National Conclave on MannKiBaat@100

মন কি বাতৰ ১০০ টা খণ্ড সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন

মন কি বাতৰ ১০০ টা খণ্ড সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন

গীনিজ বুকত হেমকোষৰ ব্ৰেইল সংস্কৰণৰ স্থান লাভ

গীনিজ বুকত হেমকোষৰ ব্ৰেইল সংস্কৰণৰ স্থান লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8