দুলীয়াজান ভাদৈ পাঁচআলিৰ চপাতলীত সংঘটিত হৈছে ধৰ্ষণৰ জঘন্য ঘটনা ।
৪ পাষণ্ডই বলপূৰ্বকভাৱে ধৰ্ষণ কৰে ৩মহীয়া অন্তসত্ত্বা মহিলাক।
ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীক খবৰ দিয়ে ৰাইজে।
আৰক্ষী উপস্থিত হৈ তদন্ত কৰাত ধৰাত পৰে ৪ পাষণ্ড কৃষ্ণা ওৰাং(২৩),ইমাল ধান(২৩),বিৰচা মুণ্ডা(২৩) আৰু বিকি মণ্ডল(২৩)।
তাৰ পিছতে আৰক্ষীয়ে কৰায়ত্ত কৰি ডিব্ৰুগড় জেললৈ প্ৰেৰণ কৰে অভিযুক্ত ৪ পাষণ্ডক।
দোষীক উচিত শাস্তি বিহিবলৈ আহ্বান জনাইছে অঞ্চলবাসী ৰাইজে
Photo Credit:Google